"আপোনাৰ ফ\'ন %1$sৰ পৰা সংযোগ বিচ্ছিন্ন হ’ব৷"
"আপোনাৰ টে\'বলেটটো %1$sৰ সৈতে সংযোগ বিচ্ছিন্ন হ\'ব।"
"আপোনাৰ ডিভাইচটো %1$sৰ পৰা সংযোগ বিচ্ছিন্ন হ’ব।"
"ফ\'নৰ ব্লুটুথৰ ঠিকনা: %1$s"
"টে\'বলেটৰ ব্লুটুথৰ ঠিকনা: %1$s"
"ডিভাইচৰ ব্লুটুথৰ ঠিকনা: %1$s"
"%1$sএ আপোনাৰ টে\'বলেটো %2$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"%1$sএ আপোনাৰ ফ\'নটো%2$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"এটা এপে আপোনাৰ টেবলেটো %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"এটা এপে আপোনাৰ ফ\'নটো %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"%1$sএ আপোনাৰ টে\'বলেটটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"%1$sএ আপোনাৰ ফ\'নটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"এটা এপে আপোনাৰ টে\'বলেটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"এটা এপে আপোনাৰ ফ\'নটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"%1$sএ %2$d ছেকেণ্ডৰ বাবে ব্লুটুথ অন কৰি অন্য ডিভাইচে আপোনাৰ টে\'বলেটটো বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"%1$sএ আপোনাৰ ফ\'নটোৰ ব্লুটুথ অন কৰিব বিচাৰিছে আৰু %2$d ছেকেণ্ডৰ বাবে অন্য ডিভাইচে ফ\'নটোক বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"এটা এপে আপোনাৰ টে\'বলেটৰ ব্লুটুথ অন কৰিব বিচাৰিছে আৰু %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে টে\'বলেটটোক বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"এটা এপে আপোনাৰ ফ\'নটো %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে।"
"%1$s আপোনাৰ টে\'বলেটটোৰ ব্লুটুথ অন কৰিব বিচাৰিছে আৰু ইয়াক অন্য ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"%1$sএ আপোনাৰ ফ\'নটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"এটা এপে আপোনাৰ টে\'বলেটটোৰ ব্লুটুথ অন কৰিব বিচাৰিছে আৰু টে\'বলেটটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"এটা এপে আপোনাৰ ফ\'নটোৰ ব্লুটুথ অন কৰিব বিচাৰিছে আৰু ফ\'নটো অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিব বিচাৰিছে। আপুনি ইয়াক পাছত ব্লুটুথ ছেটিঙত সলনি কৰিব পাৰিব।"
"ফ\'ন এনক্ৰিপ্ট কৰা হ’ল"
"ফ’ন এনক্ৰিপ্ট কৰা নহ’ল"
"ডিভাইচ এনক্ৰিপ্ট কৰা হ’ল"
"ডিভাইচ এনক্ৰিপ্ট কৰা নহ’ল"
"নিজৰ ফ’ন আনলক কৰা, ক্ৰয়সমূহক স্বীকৃতি দিয়া বা এপসমূহত ছাইন ইন কৰা কাৰ্যৰ বাবে নিজৰ চেহেৰা ব্যৱহাৰ কৰক।"
"আপোনাৰ টেবলেটটো আনলক কৰিবলৈ, ক্ৰয়ত অনুমোদন জনাবলৈ অথবা এপত ছাইন ইন কৰিবলৈ আপোনাৰ মুখাৱয়ব ব্যৱহাৰ কৰক।"
"আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ, ক্ৰয়ত অনুমোদন জনাবলৈ অথবা এপত ছাইন ইন কৰিবলৈ আপোনাৰ মুখাৱয়ব ব্যৱহাৰ কৰক।"
"আপোনাৰ শিশুটিক তেওঁৰ ফ’নটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰিবলৈ দিয়ক"
"আপোনাৰ শিশুটিক তেওঁৰ টেবলেটটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰিবলৈ দিয়ক"
"আপোনাৰ শিশুটিক তেওঁৰ ডিভাইচটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰিবলৈ দিয়ক"
"আপোনাৰ শিশুটিৰ ফ’নটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে।"
"আপোনাৰ শিশুটিৰ টেবলেটটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে।"
"আপোনাৰ শিশুটিৰ ডিভাইচটো আনলক কৰিবলৈ তেওঁৰ মুখাৱয়ব ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে।"
"আপোনাৰ টেবলেটটো আনলক কৰিবলৈ অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক।"
"আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক।"
"আপোনাৰ ফ’নটো আনলক কৰিবলৈ অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক।"
"আপোনাৰ শিশুক তেওঁৰ ফ’নটো আনলক কৰিবলৈ অথবা সেইয়া তেৱেঁই বুলি সত্যাপন কৰিবলৈ তেওঁৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিবলৈ দিয়ক। তেওঁ কোনো এপত ছাইন ইন কৰোঁতে, কোনো ক্ৰয়ৰ অনুমোদন জনাওঁতে আৰু অন্য বহুতো কাৰ্য কৰোঁতে এনে হয়।"
"আপোনাৰ শিশুক তেওঁৰ টেবলেটটো আনলক কৰিবলৈ অথবা সেয়া তেৱেঁই বুলি সত্যাপন কৰিবলৈ তেওঁৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিবলৈ দিয়ক। তেওঁ কোনো এপত ছাইন ইন কৰোঁতে, কোনো ক্ৰয়ৰ অনুমোদন জনাওঁতে আৰু অন্য বহুতো কাৰ্য কৰোঁতে এনে হয়।"
"আপোনাৰ শিশুক তেওঁৰ ডিভাইচটো আনলক কৰিবলৈ অথবা সেয়া তেৱেঁই বুলি সত্যাপন কৰিবলৈ তেওঁৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিবলৈ দিয়ক। তেওঁ কোনো এপত ছাইন ইন কৰোঁতে, কোনো ক্ৰয়ৰ অনুমোদন জনাওঁতে আৰু অন্য বহুতো কাৰ্য কৰোঁতে এনে হয়।"
"আপোনাৰ ফ’নটো আনলক কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে"
"আপোনাৰ টেবলেটটো আনলক কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে"
"আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰাটো এটা সবল আৰ্হি অথবা পিন ব্যৱহাৰ কৰাতকৈ কম সুৰক্ষিত হ’ব পাৰে"
"আপুনি Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপোনাৰ ফ’নত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেইয়া কেতিয়াও ফ’নটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া আপোনাৰ ফ’নত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"আপুনি Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপোনাৰ টেবলেটত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেয়া কেতিয়াও টেবলেটটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া আপোনাৰ টেবলেটত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"আপুনি Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপোনাৰ ডিভাইচত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেয়া কেতিয়াও ডিভাইচটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া আপোনাৰ ডিভাইচত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"তেওঁ Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ শিশুৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো ফ’নটোত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেইয়া কেতিয়াও ফ’নটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া আপোনাৰ ফ’নটোত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"তেওঁ Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ শিশুৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো টেবলেটটোত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেয়া কেতিয়াও টেবলেটটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া টেবলেটটোত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"তেওঁ Pixel Imprint ব্যৱহাৰ কৰাৰ সময়ত, তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো আপডে’ট কৰিবলৈ প্ৰতিচ্ছবিসমূহ ব্যৱহাৰ কৰা হয়। আপোনাৰ শিশুৰ ফিংগাৰপ্ৰিণ্টৰ মডেলটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিচ্ছবি কেতিয়াও ষ্ট’ৰ কৰা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টৰ মডেলটো ডিভাইচটোত সুৰক্ষিতভাৱে ষ্ট’ৰ কৰা হয় আৰু সেয়া কেতিয়াও ডিভাইচটোৰ পৰা আঁতৰি নাযায়। আটাইবোৰ প্ৰক্ৰিয়া ডিভাইচটোত সুৰক্ষিতভাৱে সম্পাদন কৰা হয়।"
"আপুনি যিকোনো সময়তে ছেটিঙলৈ গৈ নিজৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্ট আনলক অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ আপুনি মচি নেপেলোৱালৈকে আপোনাৰ ফ’নত ষ্ট’ৰ হৈ থাকে।"
"আপুনি যিকোনো সময়তে ছেটিঙলৈ গৈ নিজৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্ট আনলকৰ সুবিধাটো অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ আপুনি মচি নেপেলোৱালৈকে আপোনাৰ টেবলেটত ষ্ট’ৰ হৈ থাকে।"
"আপুনি যিকোনো সময়তে ছেটিঙলৈ গৈ নিজৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্ট আনলকৰ সুবিধাটো অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ আপুনি মচি নেপেলোৱালৈকে আপোনাৰ ডিভাইচত ষ্ট’ৰ হৈ থাকে।"
"আপুনি আৰু আপোনাৰ শিশুৱে যিকোনো সময়তে ছেটিঙলৈ গৈ তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা আনলক কৰাৰ সুবিধাটো অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ মচি নেপেলোৱালৈকে ফ’নটোত ষ্ট’ৰ হৈ থাকে।"
"আপুনি আৰু আপোনাৰ শিশুৱে যিকোনো সময়তে ছেটিঙলৈ গৈ তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্ট আনলকৰ সুবিধাটো অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ মচি নেপেলোৱালৈকে টেবলেটোত ষ্ট’ৰ হৈ থাকে।"
"আপুনি আৰু আপোনাৰ শিশুৱে যিকোনো সময়তে ছেটিঙলৈ গৈ তেওঁৰ ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলটো মচিব পাৰে অথবা ফিংগাৰপ্ৰিণ্ট আনলকৰ সুবিধাটো অফ কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেলসমূহ মচি নেপেলোৱালৈকে ডিভাইচটোত ষ্ট’ৰ হৈ থাকে।"
"আপুনি নিবিচাৰিলেও আপোনাৰ ফ’নটো আনলক হ\'ব পাৰে, যেনে কোনোবাই এইটো আপোনাৰ আঙুলিৰ আগত দাঙি ধৰিলে।"
"আপুনি নিবিচাৰিলেও আপোনাৰ টেবেলেটটো আনলক হ’ব পাৰে, যেনে কোনোবাই এইটো আপোনাৰ আঙুলিত লগাই দিলে।"
"আপুনি নিবিচাৰিলেও আপোনাৰ ডিভাইচটো আনলক হ’ব পাৰে, যেনে কোনোবাই এইটো আপোনাৰ আঙুলিত লগাই দিলে।"
"তেওঁ নিবিচাৰিলেও আপোনাৰ শিশুৰ ফ’নটো আনলক কৰিব পৰা যায়, যেনে কোনোবাই এইটো তেওঁৰ আঙুলিত লগাই দিলে।"
"তেওঁ নিবিচাৰিলেও আপোনাৰ শিশুৰ টেবলেটটো আনলক কৰিব পৰা যায়, যেনে কোনোবাই এইটো তেওঁৰ আঙুলিত লগাই দিলে।"
"তেওঁ নিবিচাৰিলেও আপোনাৰ শিশুৰ ডিভাইচটো আনলক কৰিব পৰা যায়, যেনে কোনোবাই এইটো তেওঁৰ আঙুলিত লগাই দিলে।"
"আপোনাৰ টেবলেটটো আনলক কৰিবলৈ অথবা এইগৰাকী আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক, উদাহৰণস্বৰূপে, আপুনি এপত ছাইন ইন কৰাৰ সময়ত"
"আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ অথবা আপুনি এপত ছাইন ইন কৰাৰ দৰে কাৰ্য কৰোঁতে এইগৰাকী আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক"
"আপোনাৰ ফ’নটো আনলক কৰিবলৈ অথবা আপুনি এপত ছাইন ইন কৰাৰ দৰে কাৰ্য কৰোঁতে এইগৰাকী আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক"
"আপোনাৰ অভিভাৱকক টেবলেটটো উভতাই দিয়ক"
"আপোনাৰ অভিভাৱকক ডিভাইচটো উভতাই দিয়ক"
"আপোনাৰ অভিভাৱকক ফ’নটো উভতাই দিয়ক"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰা নহ’ব। যদিহে এই টেবলেটটো হেৰাই বা চুৰি হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত কৰিব নোৱাৰিব।"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰা নহ’ব। যদিহে এই ডিভাইচটো হেৰাই বা চুৰি হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত কৰিব নোৱাৰিব।"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ অন কৰা নহ’ব৷ যদিহে এই ফ\'নটো হেৰাই বা ৰিছেট কৰা হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰিব৷"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰা নহ’ব। যদিহে এই টেবলেটটো হেৰাই বা চুৰি হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত কৰিব নোৱাৰিব।"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰা নহ’ব। যদিহে এই টেবলেটটো হেৰাই বা চুৰি হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত কৰিব নোৱাৰিব।"
"ডিভাইচ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰা নহ’ব। যদিহে এই টেবলেটটো হেৰাই বা চুৰি হয়, তেন্তে আপুনি আনক ইয়াক ব্যৱহাৰ কৰাৰ পৰা বিৰত কৰিব নোৱাৰিব।"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে টেবলেটটোৰ প্ৰান্তত থকা ভলিউম বঢ়োৱা বুটামটোৰ কাষত থকা সমতল বুটামটো।\n\nপাৱাৰ বুটাম টিপিলে স্ক্ৰীনখন অফ হৈ যায়।"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে ডিভাইচটোৰ প্ৰান্তত থকা ভলিউম বঢ়োৱা বুটামটোৰ কাষত থকা সমতল বুটামটো।\n\nপাৱাৰ বুটাম টিপিলে স্ক্ৰীনখন অফ হৈ যায়।"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো পাৱাৰ বুটামটোত আছে। এইটো হৈছে ফ’নটোৰ প্ৰান্তত থকা ভলিউম বঢ়োৱা বুটামটোৰ কাষত থকা সমতল বুটামটো।\n\nপাৱাৰ বুটাম টিপিলে স্ক্ৰীনখন অফ হৈ যায়।"
"এতিয়া আপুনি নিজৰ টেবলেটটো আনলক কৰোঁতে অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব পাৰে"
"এতিয়া আপুনি নিজৰ ডিভাইচটো আনলক কৰোঁতে অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব পাৰে"
"এতিয়া আপুনি নিজৰ ফ’নটো আনলক কৰোঁতে অথবা আপুনি এপত ছাইন ইন কৰা অথবা কোনো ক্ৰয়ৰ অনুমোদন জনোৱা আদিৰ দৰে কাৰ্য কৰোঁতে এয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব পাৰে"
"এটা পিনে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা আৰ্হিয়ে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা পাছৱৰ্ডে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা আৰ্হিয়ে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা আৰ্হিয়ে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা পাছৱৰ্ডে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা পিনে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা আৰ্হিয়ে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"এটা পাছৱৰ্ডে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিন্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফিংগাৰপ্ৰিন্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে টেবলেটটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ডিভাইছটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ডিভাইছটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ডিভাইচটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পিনৰ আৱশ্যক।\n\nএটা পিনে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা আৰ্হিৰ আৱশ্যক।\n\nএটা আৰ্হিয়ে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট আনলক ছেট আপ কৰিবলৈ এটা পাছৱৰ্ডৰ আৱশ্যক।\n\nএটা পাছৱৰ্ডে ফ’নটো হেৰালে অথবা চুৰি হ’লে সেইটো সুৰক্ষিত কৰে।"
"এইটোৱে আপোনাৰ ফ’নটোত ষ্ট’ৰ হৈ থকা \'%1$s\'ৰ সৈতে জড়িত ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেল মচি পেলায়"
"এইটোৱে আপোনাৰ টেবলেটটোত ষ্ট’ৰ হৈ থকা \'%1$s\'ৰ সৈতে জড়িত ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেল মচি পেলায়"
"এইটোৱে আপোনাৰ ডিভাইচত ষ্ট’ৰ হৈ থকা \'%1$s\'ৰ সৈতে জড়িত ফিংগাৰপ্ৰিণ্টৰ প্ৰতিচ্ছবি আৰু মডেল মচি পেলায়"
"আপোনাৰ নিজৰ ফ’নটো আনলক কৰিবলৈ অথবা এপত এইয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ আপুনি নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব।"
"আপোনাৰ নিজৰ টেবলেটটো আনলক কৰিবলৈ অথবা এপত এইয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ আপুনি নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব।"
"আপোনাৰ নিজৰ ডিভাইচটো আনলক কৰিবলৈ অথবা এপত এইয়া আপুনিয়েই বুলি সত্যাপন কৰিবলৈ আপুনি নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব।"
"টেবলেট এনক্ৰিপ্ট কৰক"
"ফ’ন এনক্ৰিপ্ট কৰক"
"টেবলেটক সুৰক্ষা প্ৰদান কৰিবলৈ স্ক্ৰীন লক ছেট কৰক"
"ডিভাইচক সুৰক্ষা প্ৰদান কৰিবলৈ স্ক্ৰীন লক ছেট কৰক"
"ফ\'নক সুৰক্ষিত কৰিবলৈ স্ক্ৰীন লক ছেট কৰক"
"টেবলেটো সুৰক্ষিত কৰক"
"ডিভাইচ সুৰক্ষিত কৰক"
"আপোনাৰ ফ\'নটো সুৰক্ষিত কৰক"
"ডিভাইচৰ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰি আপোনাৰ অনুমতি নোহোৱাকৈ আনে এই টেবলেটটো ব্যৱহাৰ কৰাৰ পৰা বাৰণ কৰক।"
"ডিভাইচৰ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰি আপোনাৰ অনুমতি নোহোৱাকৈ আনে এই টেবলেটটো ব্যৱহাৰ কৰিব নোৱাৰা কৰক। আপুনি ব্যৱহাৰ কৰিব বিচৰা স্ক্ৰীন লকটো বাছনি কৰক৷"
"ডিভাইচৰ সুৰক্ষা সুবিধাসমূহ সক্ৰিয় কৰি আপোনাৰ অনুমতি নোহোৱাকৈ আনক এই ফ’নটো ব্যৱহাৰ কৰাৰ পৰা বাৰণ কৰক৷ আপুনি ব্যৱহাৰ কৰিবলৈ বিচৰা স্ক্ৰীন লকটো নিৰ্বাচন কৰক৷"
"%1$sৰ লগত আপোনাৰ ফ\'ন যোৰহৈ নাথাকিব"
"আপোনাৰ টে\'বলেটটো %1$sৰ সৈতে যোৰ হৈ নাথাকিব"
"%1$sৰ লগত আপোনাৰ ডিভাইচ যোৰ হৈ নাথাকিব"
"স্ক্ৰীনখন আনলক হৈ থকা অৱস্থাতহে NFCৰ ব্যৱহাৰৰ অনুমতি দিয়ক"
"%1$sএ আপোনাৰ ফ’নত এটা নেটৱৰ্ক ছেভ কৰিবলৈ বিচাৰে"
"%1$sএ আপোনাৰ টেবলেটত এটা নেটৱৰ্ক ছেভ কৰিবলৈ বিচাৰে"
"%1$sএ আপোনাৰ ফ’নত এই নেটৱৰ্কসমূহ ছেভ কৰিবলৈ বিচাৰে"
"%1$sএ আপোনাৰ টেবলেটত এই নেটৱৰ্কসমূহ ছেভ কৰিবলৈ বিচাৰে"
"আপুনি আপোনাৰ ফ’নটো প’ৰ্ট্ৰেইট আৰু লেণ্ডস্কে’পৰ মাজত সালসলনি কৰিলে স্ক্ৰীনৰ দিশ স্বয়ংক্ৰিয়ভাৱে মিলাওক"
"আপুনি আপোনাৰ টেবলেটটো প’ৰ্ট্ৰেইট আৰু লেণ্ডস্কে’পৰ মাজত সালসলনি কৰিলে স্ক্ৰীনৰ দিশ স্বয়ংক্ৰিয়ভাৱে মিলাওক"
"টে\'বলেটটো ব্যৱহাৰ কৰিবলৈ পিন দিয়াটো বাধ্যতামূলক"
"ফ\'ন ব্যৱহাৰ কৰিবলৈ পিনৰ দৰকাৰ"
"টে\'বলেট ব্যৱহাৰ কৰিবলৈ পিনৰ দৰকাৰ হয়"
"ফ\'ন ব্যৱহাৰ কৰিবলৈ পিনৰ প্ৰয়োজন"
"এমডিএন"
"ফ\'ন নম্বৰ"
"MDN (ছিম শ্ল\'ট %1$d)"
"ফ\'ন নম্বৰ (ছিম ভৰোৱা ঠাই %1$d)"
"ছিমত এমডিএন"
"ছিমত থকা ফ\'ন নম্বৰ"
"অভ্যন্তৰীণ ষ্ট’ৰেজৰ বাবে SD কাৰ্ড ফৰ্মেট কৰক"
"কেৱল এই টেবলেটটোত ব্যৱহাৰ কৰিবলৈ এপ্ আৰু মিডিয়া ষ্ট’ৰ কৰক। <a href=https://support.google.com/android/answer/12153449>এখন SD কাৰ্ড ছেট আপ কৰাৰ বিষয়ে অধিক জানক</a>।"
"ফৰ্মেট কৰক"
"অভ্যন্তৰীণ ষ্ট’ৰেজৰ বাবে SD কাৰ্ড ফৰ্মেট কৰক"
"কেৱল এই ফ’নটোত ব্যৱহাৰ কৰিবলৈ এপ্ আৰু মিডিয়া ষ্ট’ৰ কৰক। <a href=https://support.google.com/android/answer/12153449>এখন SD কাৰ্ড ছেট আপ কৰাৰ বিষয়ে অধিক জানক</a>।"
"ফৰ্মেট কৰক"
"আপুনি ^1লৈ ফাইল, মিডিয়া আৰু কিছুমান নিৰ্দিষ্ট এপ্ স্থানান্তৰ কৰিব পাৰে। \n\nএই কাৰ্যই আপোনাৰ টেবলেটৰ ষ্ট’ৰেজত ^2 ঠাই মুকলি কৰিব আৰু এই কাম কৰোঁতে প্ৰায় ^3 লাগিব।"
"আপুনি ^1লৈ ফাইল, মিডিয়া আৰু কিছুমান নিৰ্দিষ্ট এপ্ স্থানান্তৰ কৰিব পাৰে। \n\nএই কাৰ্যই আপোনাৰ ফ’নৰ ষ্ট’ৰেজত ^2 ঠাই মুকলি কৰিব আৰু এই কাম কৰোঁতে প্ৰায় ^3 লাগিব।"
"এই টেবলেটটো চ্চাৰ্জ কৰি ৰাখক"
"এই ফ\'নটো চ্চাৰ্জ কৰি ৰাখক"
"এই কাৰ্যই তলত উল্লেখ কৰাসমূহকে অন্তৰ্ভুক্ত কৰি আপোনাৰ টেবলেটটোৰ ""অভ্যন্তৰীণ ষ্ট’ৰেজ""ত থকা আটাইবোৰ ডেটা মচিব:\n\n""আপোনাৰ Google একাউণ্ট"\n"ছিষ্টেম আৰু এপ্ ডেটা আৰু ছেটিং"\n"ডাউনল’ড কৰা এপ্"
"এই কাৰ্যই তলত উল্লেখ কৰাসমূহকে অন্তৰ্ভুক্ত কৰি আপোনাৰ ফ’নটোৰ ""অভ্যন্তৰীণ ষ্ট’ৰেজ""ত থকা আটাইবোৰ ডেটা মচিব:\n\n""আপোনাৰ Google একাউণ্ট"\n"ছিষ্টেম আৰু এপ্ ডেটা আৰু ছেটিং"\n"ডাউনল’ড কৰা এপ্"
\n\n"আপুনি বৰ্তমান এই একাউণ্টসমূহত ছাইন ইন হৈ আছে:\n"
\n\n"এই ডিভাইচত আৰু ব্যৱহাৰকাৰী আছে।\n"
\n\n"সংগীত, চিত্ৰ আৰু অন্য ব্যৱহাৰকাৰীৰ ডেটা মচিবলৈ, ""USB ষ্ট’ৰেজ"" মচিব লাগিব।"
\n\n"সংগীত, চিত্ৰ আৰু অন্য ব্যৱহাৰকাৰীৰ ডেটা মচিবলৈ, ""এছডি কাৰ্ডখন"" মচিব লাগিব।"
"ইউএছবি ষ্ট’ৰেজ মচক"
"SD কাৰ্ড মচক"
"সংগীত, ফট’ আদিকে ধৰি আভ্যন্তৰীণ ইউএছবি ষ্ট’ৰেজত থকা আটাইখিনি ডেটা মচক"
"সংগীত বা ফট\' আদিকে ধৰি এছডি কাৰ্ডত থকা আটাইবোৰ ডেটা মচক"
"আটাইবোৰ ডেটা মচক"
"আটাইবোৰ ডেটা মচক"
"ইউএছবিৰ মাধ্যমেৰে ফ\'নৰ ইণ্টাৰনেট সংযোগ শ্বেয়াৰ কৰক"
"ইউএছবিৰ যোগেৰে টে\'বলেটৰ ইণ্টাৰনেট শ্বেয়াৰ কৰক"
"ব্লুটুথৰ যোগেৰে টে\'বলেটৰ ইণ্টাৰনেট শ্বেয়াৰ কৰক"
"ব্লুটুথৰ যোগেৰে ফ\'নৰ ইণ্টাৰনেট শ্বেয়াৰ কৰক"
"ইথাৰনেটৰ মাধ্যমেৰে ফ’নটোৰ ইণ্টাৰনেট সংযোগ শ্বেয়াৰ কৰক"
"ব্লুটুথৰ যোগেৰে টে’বলেটৰ ইণ্টাৰনেট সংযোগ শ্বেয়াৰ কৰক"
"টে\'বলেটটোৰ বিষয়ে"
"ফ\'নৰ বিষয়ে"
"ডিভাইচৰ বিষয়ে"
"এমিউলেটেড ডিভাইচৰ বিষয়ে"
"আপোনাৰ টে\'বলেট আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। এই উৎসৰ পৰা এপ্ ইনষ্টল কৰি, আপুনি সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ টে\'বলেটৰ হ\'ব পৰা ক্ষতি বা ডেটা হানিৰ বাবে আপুনিয়ে দায়বব্ধ হ\'ব বুলি সন্মতি দিছে।"
"আপোনাৰ ফ\'ন আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। এই উৎসৰ পৰা এপ্ ইনষ্টল কৰি, আপুনি সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ফ\'নৰ হ\'ব পৰা ক্ষতি বা ডেটা হানিৰ বাবে আপুনিয়ে দায়বব্ধ হ\'ব বুলি সন্মতি দিছে।"
"আপোনাৰ ডিভাইচ আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। এই উৎসৰ পৰা এপ্ ইনষ্টল কৰি, আপুনি সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ডিভাইচৰ হ\'ব পৰা ক্ষতি বা ডেটা হানিৰ বাবে আপুনিয়েই দায়বব্ধ হ\'ব বুলি সন্মতি দিছে।"
"যদি আপুনি এই সেৱাটো বন্ধ কৰে, তেন্তে আপুনি টে\'বলেটটোৰ পাৱাৰ অফ কৰি পুনৰ অন নকৰালৈকে ইয়াৰ কিছুমান সুবিধাই কাম কৰা বন্ধ কৰিব পাৰে৷"
"যদি আপুনি এই সেৱাটো বন্ধ কৰি দিয়ে, আপুনি ফ\'নটোৰ পাৱাৰ অফ কৰি পুনৰ অন নকৰালৈকে আপোনাৰ ফ\'নৰ কিছুমান সুবিধাবোৰে সঠিকভাৱে কাম নকৰিবও পাৰে।"
"টে\'বলেট সম্পৰ্কীয় তথ্য"
"ফ\'নৰ তথ্য"
"আপোনাৰ ডিছপ্লে’ৰ আকাৰ আৰু পাঠৰ অগ্ৰাধিকাৰ ফ’নটোৰ মূল ছেটিঙলৈ ৰিছেট হ’ব"
"আপোনাৰ ডিছপ্লে’ৰ আকাৰ আৰু পাঠৰ অগ্ৰাধিকাৰ টেবলেটটোৰ মূল ছেটিঙলৈ ৰিছেট হ’ব"
"আপোনাৰ ফ’নত ৰংবোৰ কেনেকৈ প্ৰদৰ্শিত হয় সেয়া মিলাওক"
"আপোনাৰ টেবলেটত ৰংবোৰ কেনেকৈ প্ৰদৰ্শিত হয় সেয়া মিলাওক"
"আপোনাৰ ফ’নটোৰ ন্যূনতম উজ্জ্বলতাতকৈ স্ক্ৰীনখনৰ উজ্জ্বলতা কম কৰক"
"আপোনাৰ টেবলেটটোৰ ন্যূনতম উজ্জ্বলতাতকৈ স্ক্ৰীনখনৰ উজ্জ্বলতা কম কৰক"
"অতিৰিক্তভাৱে পোহৰ কমোৱাৰ সুবিধাটো এই ক্ষেত্ৰসমূহত সহায়ক হ’ব পাৰে: <ol> <li> আপোনাৰ ফ’নটোৰ ডিফ’ল্ট ন্যূনতম উজ্জ্বলতা তথাপি যদি বেছি উজ্জ্বল হয়</li> <li> আপুনি নিজৰ ফ’নটো কোনো অন্ধকাৰ স্থানত ব্যৱহাৰ কৰি থাকিলে যেনে, ৰাতি অথবা শোৱাৰ আগতে এটা অন্ধকাৰ কোঠাত ব্যৱহাৰ কৰি থাকোঁতে</li> </ol>"
"অতিৰিক্তভাৱে পোহৰ কমোৱাৰ সুবিধাটো এই ক্ষেত্ৰসমূহত সহায়ক হ’ব পাৰে: <ol> <li> আপোনাৰ ফ’নটোৰ ডিফ’ল্ট ন্যূনতম উজ্জ্বলতা তথাপি যদি বেছি উজ্জ্বল হয়</li> <li> আপুনি নিজৰ ফ’নটো কোনো অন্ধকাৰ স্থানত ব্যৱহাৰ কৰি থাকিলে যেনে, ৰাতি অথবা শোৱাৰ আগতে এটা অন্ধকাৰ কোঠাত ব্যৱহাৰ কৰি থাকোঁতে</li> </ol>"
"ফ’নটোত গতানুগতিক বেটাৰীৰ নেপথ্য ব্যৱহাৰ চলি আছে"
"টেবলেটটোত গতানুগতিক বেটাৰীৰ নেপথ্য ব্যৱহাৰ চলি আছে"
"ডিভাইচটোত গতানুগতিকভাৱে নেপথ্যত বেটাৰীৰ ব্যৱহাৰ চলি আছে"
"উচ্চ তাপমাত্ৰা আৰু দীঘলীয়া সময় ধৰি চাৰ্জ কৰাৰ দৰে কিছুমান পৰিস্থিতিত, বেটাৰীৰ অৱস্থা ভালে ৰখাত সহায় কৰিবলৈ চাৰ্জিং %1$sলৈ সীমিত কৰা হ’ব পাৰে।\n\nতেনে পৰিস্থিতিৰ পৰিৱৰ্তন হ’লে আপোনাৰ ফ’নটো স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিকভাৱে চাৰ্জ হ’ব।"
"উচ্চ তাপমাত্ৰা আৰু দীঘলীয়া সময় ধৰি চাৰ্জ কৰাৰ দৰে কিছুমান পৰিস্থিতিত, বেটাৰীৰ অৱস্থা ভালে ৰখাত সহায় কৰিবলৈ চাৰ্জিং %1$sলৈ সীমিত কৰা হ’ব পাৰে।\n\nতেনে পৰিস্থিতিৰ পৰিৱৰ্তন হ’লে আপোনাৰ টেবলেটটো স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিকভাৱে চাৰ্জ হ’ব।"
"আপুনি নিজৰ ফ\'নটো সচৰাচৰতকৈ বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ বেটাৰীৰ চাৰ্জ সাধাৰণতে শেষ হ\'ব লগা সময়তকে সোনকালে শেষ হ’ব পাৰে।\n\nআটাইতকৈ বেছিকৈ বেটাৰী ব্যৱহাৰ কৰি থকা এপ্সমূহ হৈছে:"
"আপুনি নিজৰ টেবলেটটো সচৰাচৰতকৈ বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ বেটাৰীৰ চাৰ্জ সাধাৰণতে শেষ হ\'ব লগা সময়তকে সোনকালে শেষ হ’ব পাৰে।\n\nআটাইতকৈ বেছিকৈ বেটাৰী ব্যৱহাৰ কৰি থকা এপ্সমূহ হৈছে:"
"আপুনি নিজৰ ডিভাইচটো সচৰাচৰতকৈ বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ বেটাৰীৰ চাৰ্জ সাধাৰণতে শেষ হ\'ব লগা সময়তকে সোনকালে শেষ হ’ব পাৰে।\n\nআটাইতকৈ বেছিকৈ বেটাৰী ব্যৱহাৰ কৰি থকা এপ্সমূহ হৈছে:"
"আপোনাৰ এপ্সমূহে বৰ্তমান সাধাৰণ পৰিমাণৰ বেটাৰী ব্যৱহাৰ কৰি আছে। যদিহে এপ্সমূহে অত্যধিক বেটাৰী ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ফ\'নটোৱে আপুনি ল\'ব পৰা কাৰ্যপন্থাৰ বিষয়ে আপোনাক পৰামৰ্শ দিব।\n\nবেটাৰী কমি গ\'লে আপুনি সদায় বেটাৰী সঞ্চয়কাৰী অন কৰিব পাৰে।"
"আপোনাৰ এপ্সমূহে বৰ্তমান সাধাৰণ পৰিমাণৰ বেটাৰী ব্যৱহাৰ কৰি আছে। যদিহে এপ্সমূহে অত্যাধিক বেটাৰী ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ টেবলেটটোৱে আপুনি ল’ব পৰা কাৰ্যপন্থাৰ বিষয়ে আপোনাক পৰামৰ্শ দিব।\n\nবেটাৰী কমি গ’লে আপুনি সদায় বেটাৰী সঞ্চয়কাৰী অন কৰিব পাৰে।"
"আপোনাৰ এপ্সমূহে বৰ্তমান সাধাৰণ পৰিমাণৰ বেটাৰী ব্যৱহাৰ কৰি আছে। যদিহে এপ্সমূহে অত্যাধিক বেটাৰী ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ডিভাইচটোৱে আপুনি ল’ব পৰা কাৰ্যপন্থাৰ বিষয়ে আপোনাক পৰামৰ্শ দিব।\n\nবেটাৰী কমি গ’লে আপুনি সদায় বেটাৰী সঞ্চয়কাৰী অন কৰিব পাৰে।"
"আপুনি সঘনাই ব্যৱহাৰ নকৰা এপ্সমূহৰ বাবে বেটাৰীৰ ব্যৱহাৰ সীমিত কৰক"
"টে\'বলেটটো নিষ্ক্ৰিয় হৈ আছে"
"ফ\'ন নিষ্ক্ৰিয় হৈ আছে"
"আপোনাৰ ফ’নটো %1$sতকৈ অধিক চাৰ্জ হ’লে বেটাৰী সঞ্চয়কাৰী অফ হয়"
"আপোনাৰ টেবলেটটো %1$sতকৈ অধিক চাৰ্জ হ’লে বেটাৰী সঞ্চয়কাৰী অফ হয়"
"আপোনাৰ ডিভাইচটো %1$sতকৈ অধিক চাৰ্জ হ’লে বেটাৰী সঞ্চয়কাৰী অফ হয়"
"বেটাৰীৰ ব্যৱহাৰৰ ডেটা আনুমানিক আৰু ফ’নটো চাৰ্জ হৈ থকাৰ সময়ত কৰা ব্যৱহাৰৰ জোখ নলয়"
"বেটাৰীৰ ব্যৱহাৰৰ ডেটা আনুমানিক আৰু টেবলেটটো চাৰ্জ হৈ থকাৰ সময়ত কৰা ব্যৱহাৰৰ জোখ লোৱা নহয়"
"বেটাৰীৰ ব্যৱহাৰৰ ডেটা আনুমানিক আৰু ডিভাইচটো চাৰ্জ হৈ থকাৰ সময়ত কৰা ব্যৱহাৰৰ জোখ লোৱা নহয়"
"ষ্ট’ৰেজৰ পৰা প্ৰমাণপত্ৰ ইনষ্টল কৰক"
"এছডি কাৰ্ডৰ পৰা প্ৰমাণপত্ৰ ইনষ্টল কৰক"
"এই একাউণ্টটো আঁতৰালে টে\'বলেটৰ পৰা ইয়াৰ আটাইবোৰ বাৰ্তা, সম্পৰ্কসূচী আৰু অন্য ডেটা মচা হ\'ব!"
"এই একাউণ্টটো আঁতৰালে ফ\'নৰ পৰা ইয়াৰ আটাইবোৰ বাৰ্তা, সম্পৰ্ক সূচী আৰু অন্য ডেটা মচা হ\'ব!"
"এই একাউণ্টটো আঁতৰালে ডিভাইচটোৰ পৰা ইয়াৰ আটাইবোৰ বাৰ্তা, সম্পৰ্কসূচী আৰু অন্য ডেটা মচা হ\'ব!"
"আপুনি ৱেবৰ যোগেৰে আপোনাৰ একাউণ্টত কৰা যিকোনো সাল-সলনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ফ\'নত প্ৰতিফলিত হ\'ব।\n\nকিছুমান একাউণ্টে আপুনি ফ\'নত কৰা সাল-সলনিসমূুহও স্বয়ংক্ৰিয়ভাৱে ৱেবলৈ প্ৰতিলিপি কৰিব পাৰে। এটা Google একাউণ্টে এইধৰণে কাম কৰে।"
"আপুনি ৱেবত আপোনাৰ একাউণ্টত কৰা যিকোনো সাল-সলনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ফ\'নত প্ৰতিফলিত হ\'ব।\n\nকিছুমান একাউণ্টে আপুনি ফ\'নত কৰা সাল-সলনিসমূহো স্বয়ংক্ৰিয়ভাৱে ৱেবলৈ প্ৰতিলিপি কৰিব পাৰে। এটা Google একাউণ্টে এইধৰণে কাম কৰে।"
"আপুনি ছেট কৰা ডেটা শেষ হোৱাৰ পাছত আপোনাৰ টে\'বলেটৰ ম’বাইল ডেটা অফ হ\'ব।\n\nযিহেতু, আপোনাৰ টে\'বলেটে ডেটাৰ ব্যৱহাৰ নিৰ্ধাৰণ কৰে আৰু আপোনাৰ বাহকে ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ডেটাৰ গণনা পৃথকভাৱে কৰিব পাৰে, সেয়েহে ভাবি চিন্তি ডেটাৰ সীমা নিৰ্ধাৰণ কৰক।"
"আপুনি ছেট কৰা সীমাত উপনীত হোৱাৰ লগে লগে ফ\'নটোৱে ম’বাইল ডেটা অফ কৰি দিব।\n\nযিহেতু ডেটাৰ ব্যৱহাৰ আপোনাৰ ফ\'নটোৱে গণনা কৰে যিটো আপোনাৰ বাহকৰ গণনাৰ সৈতে একে নহ\'বও পাৰে, গতিকে এক ৰক্ষণশীল সীমা বন্ধাৰ কথা বিবেচনা কৰক।"
"নতুন ব্য়ৱহাৰকাৰী যোগ কৰি নিজৰ ডিভাইচ শ্বেয়াৰ কৰক। আপোনাৰ ডিভাইচত সকলো ব্য়ৱহাৰকাৰীৰ নিজৰ উপযোগিতা অনুসৰি কৰা গৃহ স্ক্ৰীন, একাউণ্ট, এপ্, ছেটিং আৰু বহুতো বস্তুৰ বাবে ব্য়ক্তিগত খালী ঠাই থাকে।"
"নতুন ব্য়ৱহাৰকাৰী যোগ কৰি নিজৰ টেবলেট শ্বেয়াৰ কৰক। আপোনাৰ টেবলেটতে সকলো ব্য়ৱহাৰকাৰীৰ নিজৰ উপযোগিতা অনুসৰি কৰা গৃহ স্ক্ৰীন, একাউণ্ট, এপ্, ছেটিং আৰু বহুতো বস্তুৰ বাবে ব্য়ক্তিগত খালী ঠাই থাকে।"
"নতুন ব্য়ৱহাৰকাৰী যোগ কৰি নিজৰ ফ\'ন শ্বেয়াৰ কৰক। আপোনাৰ ফ\'নত সকলো ব্য়ৱহাৰকাৰীৰ নিজৰ উপযোগিতা অনুসৰি কৰা গৃহ স্ক্ৰীন, একাউণ্ট, এপ্, ছেটিং আৰু বহুতো বস্তুৰ বাবে ব্য়ক্তিগত খালী ঠাই থাকে।"
"কেৱল টেবলেটৰ গৰাকীয়ে ব্যৱহাৰকাৰীসকলক পৰিচালনা কৰিব পাৰে।"
"কেৱল ফ\'নটোৰ গৰাকীয়েহে ব্যৱহাৰকাৰীসকলক পৰিচালনা কৰিব পাৰে।"
"আপুনি এই টেবলেটত আপোনাৰ বাবে সংৰক্ষিত ঠাই আৰু ডেটা হেৰুৱাব। আপুনি এই কাৰ্য পাছত শুধৰাব নোৱাৰিব।"
"আপুনি এই ফ\'নত আপোনাৰ বাবে সংৰক্ষিত ঠাই আৰু ডেটা হেৰুৱাব। আপুনি এই কাৰ্য পাছত শুধৰাব নোৱাৰিব।"
"সহায়কাৰী প্ৰবন্ধ, ফ’ন আৰু চাট"
"সহায়কাৰী প্ৰবন্ধ, টেবলেট আৰু চাট"
"সহায়কাৰী প্ৰবন্ধ, ডিভাইচ আৰু চাট"
"ফ\'ন চাবলৈ দুবাৰ টুকুৰিয়াওক"
"টেবলেটো চাবলৈ দুবাৰ টুকুৰিয়াওক"
"ডিভাইচ চাবলৈ দুবাৰ টুকুৰিয়াওক"
"ফ’ন চাবলৈ তোলক"
"টে\'বলেট চাবলৈ ওপৰলৈ উঠাওক"
"ডিভাইচ চাবলৈ ওপৰলৈ উঠাওক"
"সময়, জাননী আৰু অন্য তথ্য চাবলৈ আপোনাৰ ফ’নটো হাতত তুলি লওক।"
"সময়, জাননী আৰু অন্য তথ্য চাবলৈ আপোনাৰ টেবলেটটো হাতত তুলি লওক।"
"সময়, জাননী আৰু অন্য তথ্য চাবলৈ আপোনাৰ ডিভাইচটো হাতত তুলি লওক।"
"ফ’নটো পৰীক্ষা কৰিবলৈ টিপক"
"টেবলেটটো পৰীক্ষা কৰিবলৈ টিপক"
"ডিভাইচটো পৰীক্ষা কৰিবলৈ টিপক"
"জাননীবিলাক চাবলৈ আপোনাৰ ফ\'নটোৰ পিছফালে থকা ফিংগাৰপ্ৰিণ্ট ছেন্সৰত ওপৰৰ পৰা তললৈ আঙুলি বুলাওক।"
"জাননীসমূহ চাবলৈ আপোনাৰ টে\'বলেটৰ পিছফালে থকা ফিংগাৰপ্ৰিণ্ট ছেন্সৰত ওপৰৰ পৰা তললৈ ছোৱাইপ কৰক৷"
"জাননীসমূহ চাবলৈ আপোনাৰ ডিভাইচৰ পিছফালে থকা ফিংগাৰপ্ৰিণ্ট ছেন্সৰক তলৰ ফালে ছুৱাইপ কৰক।"
"২ খন ছিম ব্যৱহাৰ কৰাৰ সময়ত এই ফ’নটোৰ ব্যৱহাৰ 4Gত সীমিত হৈ পৰিব। ""অধিক জানক"
"২ খন ছিম ব্যৱহাৰ কৰাৰ সময়ত এই টেবলেটটোৰ ব্যৱহাৰ 4Gত সীমিত হৈ পৰিব। ""অধিক জানক"
"২ খন ছিম ব্যৱহাৰ কৰাৰ সময়ত এই ডিভাইচটোৰ ব্যৱহাৰ 4Gত সীমিত হৈ পৰিব। ""অধিক জানক"
"এইটোৱে আপোনাৰ ফ’ন কলটোৰ অন্ত পেলাব"
"এইটোৱে আপোনাৰ ফ’ন কলটোৰ অন্ত পেলাব"