"ছিষ্টেম ইউআই"
"মচক"
"কোনো জাননী নাই"
"চলিত"
"জাননীসমূহ"
"বেটাৰি অতি সোনকালে শেষ হ\'ব পাৰে"
"%s বাকী আছে"
"%1$s অৱশিষ্ট আছে, আপোনাৰ ব্যৱহাৰক ভিত্তি কৰি প্ৰায় %2$s বাকী আছে"
"%1$s অৱশিষ্ট আছে, প্ৰায় %2$s বাকী"
"%s বাকী আছে। বেটাৰি সঞ্চয়কাৰী অন হৈ আছে।"
"ইউএছবি জৰিয়তে চ্চাৰ্জ কৰিব নোৱাৰি। আপোনাৰ ডিভাইচৰ লগত পোৱা চ্চাৰ্জাৰটো ব্যৱহাৰ কৰক।"
"ইউএছবি জৰিয়তে চ্চাৰ্জ কৰিব নোৱাৰি"
"আপোনাৰ ডিভাইচৰ লগত পোৱা চ্চাৰ্জাৰটো ব্যৱহাৰ কৰক।"
"ছেটিংসমূহ"
"বেটাৰি সঞ্চয়কাৰী অন কৰেনে?"
"বেটাৰি সঞ্চয়কাৰীৰ বিষয়ে"
"অন কৰক"
"বেটাৰি সঞ্চয়কাৰী অন কৰক"
"ছেটিংসমূহ"
"ৱাই-ফাই"
"স্বয়ং-ঘূৰ্ণন স্ক্ৰীণ"
"মিউট"
"স্বয়ং"
"জাননীসমূহ"
"ব্লুটুথ টেডাৰিং কৰা হ’ল"
"ইনপুট পদ্ধতি ছেট আপ কৰক"
"বাস্তৱিক কীব\'ৰ্ড"
"%2$sত প্ৰৱেশ কৰিবলৈ %1$sক অনুমতি দিবনে?"
"%1$sক %2$s এক্সেছ কৰিবলৈ অনুমতি দিবনে?\nএই এপ্টোক ৰেকর্ড কৰাৰ অনুমতি দিয়া হোৱা নাই কিন্তু ই এই ইউএছবি ডিভাইচটোৰ জৰিয়তে অডিঅ\' ৰেকর্ড কৰিব পাৰে।"
"%1$sক %2$sত প্ৰৱেশ কৰিবলৈ অনুমতি দিবনে?"
"%2$sক ব্যৱহাৰ কৰিবলৈ %1$sক খোলেনে?"
"%2$s ব্যৱহাৰ কৰিবলৈ %1$sক খুলিবনে?\nএই এপ্টোক ৰেকর্ড কৰাৰ অনুমতি দিয়া হোৱা নাই কিন্তু ই এই ইউএছবি ডিভাইচটোৰ জৰিয়তে অডিঅ\' ৰেকর্ড কৰিব পাৰে।"
"%2$sক ব্যৱহাৰ কৰিবলৈ %1$sক খোলেনে?"
"ইনষ্টল হৈ থকা কোনো এপে ইউএছবি সহায়ক সামগ্ৰীটো চলাব নোৱাৰে। এই সহায়ক সামগ্ৰীৰ বিষয়ে %1$sৰ জৰিয়তে অধিক জানক৷"
"ইউএছবিৰ সহায়ক সামগ্ৰী"
"চাওক"
"%2$s সংযুক্ত হ\'লে সদায় %1$s খোলক"
"%2$s সংযুক্ত হ\'লে সদায় %1$s খোলক"
"ইউএছবি ডিবাগিংৰ অনুমতি দিবনে?"
"এয়া হৈছে কম্পিউটাৰটোৰ RSA কী ফিংগাৰপ্ৰিণ্ট:\n%1$s"
"এই কম্পিউটাৰটোৰ পৰা সদায় অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"ইউএছবি ডিবাগিঙৰ অনুমতি নাই"
"এই ডিভাইচটোত বর্তমান ছাইন ইন হৈ থকা ব্যৱহাৰকাৰীজনে ইউএছবি ডিবাগিং অন কৰিব নোৱাৰে। এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ হ\'লে মুখ্য ব্যৱহাৰকাৰী হিচাপে ছাইন ইন কৰক।"
"এই নেটৱৰ্কত ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি দিবনে?"
"নেটৱৰ্কৰ নাম (SSID)\n%1$s\n\nৱাই-ফাইৰ ঠিকনা (BSSID)\n%2$s"
"এই নেটৱৰ্কত সদায় অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি নাই"
"এই ডিভাইচটোত বর্তমান ছাইন ইন হৈ থকা ব্যৱহাৰকাৰীজনে ৱায়াৰলেচ ডি\'বাগিং অন কৰিব নোৱাৰে। এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ হ’লে প্ৰাথমিক ব্যৱহাৰকাৰী হিচাপে ছাইন ইন কৰক।"
"ইউএছবি প’ৰ্ট অক্ষম কৰা হ’ল"
"আপোনাৰ ডিভাইচটো তৰল বা ধূলি-মাকতিৰ পৰা ৰক্ষা কৰিবলৈ ইউএছবি প’ৰ্টটো অক্ষম কৰি ৰখা হৈছে ফলত ই কোনো আনুষংগিক সামগ্ৰী ধৰা পেলাব নোৱাৰে।\n\nযেতিয়া ইউএছবি প’ৰ্টটো নিৰাপদভাৱে ব্যৱহাৰ কৰিব পৰা হ’ব তেতিয়া আপোনাক জনোৱা হ’ব।"
"চাৰ্জাৰ আৰু আনুষংগিক সামগ্ৰী চিনাক্ত কৰিবলৈ USB প’ৰ্ট সক্ষম কৰা হ’ল"
"USB সক্ষম কৰক"
"অধিক জানক"
"স্ক্ৰীণ পূর্ণ কৰিবলৈ জুম কৰক"
"স্ক্ৰীণ পূর্ণ কৰিবলৈ প্ৰসাৰিত কৰক"
"স্ক্ৰীনশ্বট"
"এখন প্ৰতিচ্ছবি পঠিয়াইছে"
"স্ক্ৰীণশ্বট ছেভ কৰি থকা হৈছে…"
"স্ক্ৰীণশ্বট ছেভ কৰি থকা হৈছে…"
"স্ক্ৰীণশ্বট ছেভ কৰা হ’ল"
"আপোনাৰ স্ক্ৰীণশ্বট চাবলৈ টিপক"
"স্ক্ৰীণশ্বট ছেভ কৰিব পৰা নগ\'ল"
"স্ক্ৰীণশ্বট আকৌ ল\'বলৈ চেষ্টা কৰক"
"সঞ্চয়াগাৰত সীমিত খালী ঠাই থকাৰ বাবে স্ক্ৰীণশ্বট ছেভ কৰিব পৰা নগ\'ল"
"এপটোৱে বা আপোনাৰ প্ৰতিষ্ঠানে স্ক্ৰীণশ্বট ল\'বলৈ অনুমতি নিদিয়ে"
"স্ক্ৰীনশ্বট অগ্ৰাহ্য কৰক"
"স্ক্ৰীনশ্বটৰ পূৰ্বদৰ্শন"
"স্ক্ৰীন ৰেকৰ্ডাৰ"
"স্ক্রীন ৰেকৰ্ডিঙৰ প্ৰক্ৰিয়াকৰণ হৈ আছে"
"স্ক্রীণ ৰেকৰ্ডিং ছেশ্বন চলি থকা সময়ত পোৱা জাননী"
"ৰেকৰ্ড কৰা আৰম্ভ কৰিবনে?"
"ৰেকৰ্ড কৰি থাকোঁতে, Android Systemএ আপোনাৰ স্ক্রীনত দৃশ্যমান হোৱা অথবা আপোনাৰ ডিভাইচত প্লে’ হৈ থকা যিকোনো সংবেনদশীল তথ্য কেপচাৰ কৰিব পাৰে। এইটোত পাছৱর্ড, পৰিশোধৰ তথ্য, ফট’, বার্তাসমূহ আৰু অডিঅ’ অন্তর্ভুক্ত হয়।"
"অডিঅ’ ৰেকৰ্ড কৰক"
"ডিভাইচৰ অডিঅ’"
"সংগীত, কল আৰু ৰিংট’নসমূহৰ দৰে আপোনাৰ ডিভাইচৰ পৰা কেপচাৰ কৰিব পৰা ধ্বনি"
"মাইক্ৰ’ফ’ন"
"ডিভাইচৰ অডিঅ’ আৰু মাইক্ৰ’ফ’ন"
"আৰম্ভ কৰক"
"স্ক্ৰীন ৰেকৰ্ড কৰি থকা হৈছে"
"স্ক্ৰীন আৰু অডিঅ’ ৰেকৰ্ড কৰি থকা হৈছে"
"স্ক্ৰীনত স্পৰ্শসমূহ প্ৰদৰ্শন কৰক"
"বন্ধ কৰিবলৈ টিপক"
"বন্ধ কৰক"
"প\'জ কৰক"
"ৰখোৱাৰ পৰা পুনৰ আৰম্ভ কৰক"
"বাতিল কৰক"
"শ্বেয়াৰ কৰক"
"স্ক্রীণ ৰেকৰ্ড কৰাটো বাতিল কৰা হ’ল"
"স্ক্রীণ ৰেকৰ্ডিং ছেভ কৰা হ’ল, চাবলৈ টিপক"
"স্ক্রীণ ৰেকৰ্ডিং মচি থাকোঁতে কিবা আসোঁৱাহ হ’ল"
"অনুমতি পাব পৰা নগ\'ল"
"স্ক্রীন ৰেকৰ্ড কৰা আৰম্ভ কৰোঁতে আসোঁৱাহ হৈছে"
"ইউএছবিৰে ফাইল স্থানান্তৰণৰ বিকল্পসমূহ"
"মিডিয়া প্লেয়াৰ (এমটিপি) হিচাপে সংলগ্ন কৰক"
"কেমেৰা (পিটিপি) হিচাপে সংলগ্ন কৰক"
"Macৰ বাবে Android ফাইল স্থানান্তৰ এপ্ ইনষ্টল কৰক"
"উভতি যাওক"
"গৃহ পৃষ্ঠাৰ বুটাম"
"মেনু"
"দিব্যাংগসকলৰ বাবে থকা সুবিধাসমূহ"
"স্ক্ৰীণ ঘূৰাওক"
"অৱলোকন"
"Search"
"কেমেৰা"
"ফ\'ন"
"কণ্ঠধ্বনিৰে সহায়"
"আনলক কৰক"
"ফিংগাৰপ্ৰিণ্টৰ বাবে ৰৈ থকা হৈছে"
"ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ নকৰাকৈ আনলক কৰক"
"চেহেৰা স্কেন কৰি থকা হৈছে"
"পঠিয়াওক"
"জাননী পৰিচালনা কৰক"
"ফ\'ন খোলক"
"কণ্ঠধ্বনিৰে সহায় খোলক"
"কেমেৰা খোলক"
"বাতিল কৰক"
"নিশ্চিত কৰক"
"আকৌ চেষ্টা কৰক"
"বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ বাতিল কৰিবলৈ টিপক"
"অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক"
"আপোনাৰ মুখমণ্ডল বিচাৰি থকা হৈছে"
"মুখমণ্ডলৰ বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰা হ’ল"
"নিশ্চিত কৰিলে"
"সম্পূৰ্ণ কৰিবলৈ নিশ্চিত কৰক-ত টিপক"
"বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰা হ’ল"
"পিন ব্যৱহাৰ কৰক"
"আৰ্হি ব্যৱহাৰ কৰক"
"পাছৱৰ্ড ব্যৱহাৰ কৰক"
"ভুল পিন"
"ভুল আৰ্হি"
"ভুল পাছৱৰ্ড"
"বহুসংখ্যক ভুল প্ৰয়াস।\n%dছেকেণ্ডত পুনৰ চেষ্টা কৰক।"
"আকৌ চেষ্টা কৰক। %2$d টাৰ প্ৰয়াসৰ ভিতৰত %1$d টা প্ৰয়াস।"
"আপোনাৰ ডেটা মচি পেলোৱা হ’ব"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"বহুসংখ্যক ভুল প্ৰয়াস। এই ডিভাইচটোৰ ডেটা মচা হ\'ব।"
"বহুসংখ্যক ভুল প্ৰয়াস। এই ব্যৱহাৰকাৰীক মচা হ\'ব।"
"বহুসংখ্যক ভুল প্ৰয়াস। এই কৰ্মস্থানৰ প্ৰ\'ফাইলটো আৰু তাৰ লগত জড়িত ডেটা মচা হ\'ব।"
"অগ্ৰাহ্য কৰক"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো স্পৰ্শ কৰক"
"ফিংগাৰপ্ৰিণ্ট আইকন"
"আপোনাৰ মুখমণ্ডল বিচাৰি আছে…"
"মুখমণ্ডলৰ আইকন"
"উপযোগিতা অনুসৰি জুম কৰা বুটাম।"
"স্ক্ৰীণৰ আকাৰ ডাঙৰ কৰিবলৈ জুম কৰক।"
"ব্লুটুথ সংযোগ হ’ল।"
"ব্লুটুথ সংযোগ বিচ্ছিন্ন কৰা হ’ল।"
"বেটাৰি শেষ"
"বেটাৰিৰ এডাল দণ্ড।"
"বেটাৰিৰ দুডাল দণ্ড।"
"বেটাৰিৰ তিনিডাল দণ্ড।"
"বেটাৰি পূৰাকৈ চ্চাৰ্জ হৈছে।"
"বেটাৰীৰ চাৰ্জৰ শতাংশ অজ্ঞাত।"
"ফ\'নত ছিগনেল নাই৷"
"ফ\'ন ছিগনেলৰ এডাল দণ্ড।"
"ফ\'ন ছিগনেলৰ দুডাল দণ্ড।"
"ফ\'নৰ ছিগনেলৰ তিনিডাল দণ্ড আছে।"
"ফ\'নৰ ছিগনেল পূৰা আছে৷"
"কোনো ডেটা নাই।"
"ডেটা ছিগনেলৰ এডাল দণ্ড।"
"ডেটা ছংনেলৰ তিনিডাল দণ্ড।"
"ডেটা ছিংগনেলত তিনিডাল দণ্ড আছে।"
"ডেটা ছিগনেল পূৰা আছে।"
"%sৰ লগত সংযোগ কৰা হ’ল।"
"%sৰ লগত সংযোগ কৰা হ’ল।"
"%sত সংযোগ হ’ল।"
"কোনো WiMAX নাই।"
"WiMAXৰ এডাল দণ্ড৷"
"WiMAXৰ দুডাল দণ্ড আছে।"
"WiMAXৰ তিনিডাল দণ্ড আছে।"
"WiMAXৰ ছিগনেল পূৰা আছে৷"
"ইথাৰনেট সংযোগ বিচ্ছিন্ন হৈছে।"
"ইথাৰনেট সংযোগ হৈছে।"
"কোনো ছিগনেল নাই।"
"সংযোগ হৈ থকা নাই।"
"এডালো দণ্ড নাই।"
"এডাল দণ্ড।"
"দুডাল দণ্ড।"
"তিনিডাল দণ্ড।"
"সম্পূৰ্ণ ছিগনেল।"
"অন।"
"অফ।"
"সংযোগ কৰা হ’ল।"
"সংযোগ কৰি থকা হৈছে।"
"জিপিআৰএছ"
"HSPA"
"3G"
"H"
"H+"
"4G"
"4G+"
"এলটিই"
"এলটিই+"
"1X"
"ৰ\'মিং"
"EDGE"
"ৱাই-ফাই"
"ছিম নাই।"
"ম’বাইল ডেটা"
"ম’বাইল ডেটা অন অৱস্থাত আছে"
"ম’বাইল ডেটা অফ অৱস্থাত আছে"
"ডেটা ব্যৱহাৰ কৰিবলৈ ছেট কৰা নাই"
"অফ অৱস্থাত আছে"
"ব্লুটুথ টেডাৰিং।"
"এয়াৰপ্লে’ন ম’ড।"
"ভিপিএন অন অৱস্থাত আছে।"
"কোনো ছিম কাৰ্ড নাই"
"বাহক নেটৱৰ্কৰ পৰিৱৰ্তন"
"বেটাৰিৰ বিৱৰণসমূহ খোলক"
"%d শতাংশ বেটাৰি।"
"আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেটাৰী %1$s শতাংশ, প্ৰায় %2$s বাকী আছে"
"বেটাৰি চাৰ্জ হৈ আছে, %d শতাংশ।"
"ছিষ্টেমৰ ছেটিংসমূহ৷"
"জাননীসমূহ।"
"সকলো জাননীবোৰ চাওক"
"জাননী মচক৷"
"জিপিএছ সক্ষম হ\'ল৷"
"জিপিএছ বিচাৰি থকা হৈছে।"
"TeleTypewriter সক্ষম কৰা হ\'ল৷"
"ৰিংগাৰ কম্পন অৱস্থাত আছে৷"
"ৰিংগাৰ নীৰৱ কৰা হৈছে৷"
"জাননী অগ্ৰাহ্য কৰা হৈছে।"
"বাবল অগ্ৰাহ্য কৰা হৈছে"
"জাননী পেনেল।"
"ক্ষিপ্ৰ ছেটিংসমূহ।"
"বন্ধ স্ক্ৰীণ।"
"ছেটিংসমূহ"
"অৱলোকন।"
"কৰ্মস্থানৰ প্ৰ\'ফাইলৰ লক স্ক্ৰীণ"
"বন্ধ কৰক"
"%1$s."
"ৱাই-ফাই অফ কৰা হ’ল।"
"ৱাই-ফাই অন কৰা হ’ল।"
"ম’বাইল %1$s. %2$s. %3$s."
"বেটাৰি %s।"
"এয়াৰপ্লেইন ম\'ড অফ হৈ আছে৷"
"এয়াৰপ্লেইন ম\'ড অন হৈ আছে৷"
"এয়াৰপ্লেইন ম\'ড অফ কৰা হ’ল।"
"এয়াৰপ্লেইন ম\'ড অন কৰা হ’ল।"
"সম্পূৰ্ণ নিৰৱতা"
"কেৱল এলাৰ্মবোৰৰ বাবে"
"অসুবিধা নিদিব"
"অসুবিধা নিদিব বন্ধ কৰা হ’ল।"
"অসুবিধা নিদিব অন কৰা হ’ল।"
"ব্লুটুথ।"
"ব্লুটুথ অফ হৈ আছে।"
"ব্লুটুথ অন হৈ আছে।"
"ব্লুটুথ সংযোগ কৰি থকা হৈছে।"
"ব্লুটুথ সংযোগ কৰা হ’ল।"
"ব্লুটুথ অফ কৰা হ’ল।"
"ব্লুটুথ অন কৰা হ’ল।"
"অৱস্থান সবিশেষ অফ হৈ আছে।"
"অৱস্থান সবিশেষ অন হৈ আছে।"
"অৱস্থান সবিশেষ অফ কৰা হ’ল।"
"অৱস্থান সবিশেষ অন কৰা হ’ল।"
"%sৰ বাবে এলাৰ্ম ছেট কৰা হৈছে।"
"পেনেল বন্ধ কৰক।"
"অধিক সময়।"
"কম সময়।"
"ফ্লাশ্বলাইট অফ হৈ আছে।"
"ফ্লাশ্বলাইট উপলব্ধ নহয়।"
"ফ্লাশ্বলাইট অন হৈ আছে৷"
"ফ্লাশ্বলাইট অফ কৰা হ’ল।"
"ফ্লাশ্বলাইট অন কৰা হ’ল।"
"ৰং বিপৰীতকৰণ অফ কৰা হ’ল।"
"ৰং বিপৰীতকৰণ অন কৰা হ’ল।"
"ম’বাইল হটস্পট অফ কৰা হ’ল।"
"ম’বাইল হটস্পট অন কৰা হ’ল।"
"স্ক্ৰীণ কাষ্টিং বন্ধ কৰা হ’ল।"
"কৰ্মস্থান ম\'ড অফ হৈ আছে।"
"কৰ্মস্থান ম\'ড অন হৈ আছে।"
"কৰ্মস্থান ম\'ড অফ কৰা হ’ল।"
"কৰ্মস্থান ম\'ড অন কৰা হ’ল।"
"ডেটা সঞ্চয়কাৰী সুবিধা অফ কৰা হ’ল।"
"ডেটা সঞ্চয়কাৰী সুবিধা অন কৰা হ’ল।"
"ছেন্সৰৰ গোপনীয়তা অফ কৰা হৈছে।"
"ছেন্সৰৰ গোপনীয়তা অন কৰা হৈছে।"
"ডিছপ্লেৰ উজ্জ্বলতা"
"চ্চার্জ কৰি থকা হৈছে"
"2G-3G ডেটা পজ কৰা হৈছে"
"4G ডেটা পজ কৰা হৈছে"
"ম’বাইল ডেটা পজ কৰা হৈছে"
"ডেটা পজ কৰা হৈছে"
"আপুনি নির্ধাৰণ কৰা ডেটাৰ সীমা শেষ হৈছে। আপুনি এতিয়া ম’বাইল ডেটা ব্যৱহাৰ কৰিব নোৱাৰে। \n\nযদিহে আপুনি আকৌ ম’বাইল ডেটা ব্যৱহাৰ কৰে তেন্তে ডেটাৰ ব্যৱহাৰৰ বাবে মাচুল ভৰিবলগীয়া হ’ব পাৰে।"
"পুনৰ আৰম্ভ কৰক"
"জিপিএছ সন্ধান কৰি থকা হৈছে"
"জিপিএছএ অৱস্থান ছেট কৰিছে"
"অৱস্থানৰ অনুৰোধ সক্ৰিয় হৈ আছে"
"ছেন্সৰ অফ সক্ৰিয় কৰা আছে"
"সকলো জাননী মচক৷"
"+ %s"
- ভিতৰত আৰু %sটা জাননী আছে।
- ভিতৰত আৰু %sটা জাননী আছে।
"%1$s: %2$s"
"জাননীৰ ছেটিংসমূহ"
"%s ছেটিংসমূহ"
"আপোনাৰ ফ\'নৰ স্ক্ৰীণ স্বয়ংক্ৰিয়ভাৱে ঘূৰিব৷"
"স্ক্ৰীণ লেণ্ডস্কেপ দিশত লক কৰা হ’ল।"
"স্ক্ৰীণ প\'ৰ্ট্ৰেইট দিশত লক কৰা হ’ল।"
"আপোনাৰ ফ\'নৰ স্ক্ৰীণ এতিয়া স্বয়ংক্ৰিয়ভাৱে ঘূৰিব৷"
"স্ক্ৰীণখন এতিয়া লেণ্ডস্কেইপ দিশত লক কৰা অৱস্থাত আছে।"
"স্ক্ৰীণখন এতিয়া প\'ৰ্ট্ৰেইট দিশত লক কৰা অৱস্থাত আছে।"
"মিষ্টান্ন ভাণ্ডাৰ"
"স্ক্ৰীণ ছেভাৰ"
"ইথাৰনেট"
"অধিক বিকল্পৰ বাবে আইকনসমূহ স্পৰ্শ কৰি হেঁচি ধৰক"
"অসুবিধা নিদিব"
"কেৱল গুৰুত্বপূৰ্ণ"
"কেৱল এলাৰ্মসমূহ"
"সম্পূর্ণ নিৰৱতা"
"ব্লুটুথ"
"ব্লুটুথ (%dটা ডিভাইচ)"
"ব্লুটুথ বন্ধ অৱস্থাত আছে"
"কোনো যোৰা লগোৱা ডিভাইচ উপলব্ধ নহয়।"
"বেটাৰি %s"
"অডিঅ’"
"হেডছেট"
"ইনপুট"
"শ্ৰৱণ যন্ত্ৰ"
"অন কৰি থকা হৈছে…"
"উজ্জ্বলতা"
"স্বয়ং-ঘূৰ্ণন"
"স্বয়ং-ঘূৰ্ণন স্ক্ৰীণ"
"%s ম\'ড"
"ঘূৰ্ণন লক কৰা হ’ল"
"প\'ৰ্ট্ৰেইট"
"লেণ্ডস্কেইপ"
"ইনপুট পদ্ধতি"
"অৱস্থান"
"অৱস্থান অফ"
"মিডিয়া ডিভাইচ"
"RSSI"
"জৰুৰীকালীন কল মাত্ৰ"
"ছেটিংসমূহ"
"সময়"
"মোক"
"ব্যৱহাৰকাৰী"
"নতুন ব্যৱহাৰকাৰী"
"ৱাই-ফাই"
"সংযোগ হৈ থকা নাই"
"নেটৱৰ্ক নাই"
"ৱাই-ফাই অফ"
"ৱাই-ফাই অন হৈ আছে"
"কোনো ৱাই-ফাই নেটৱৰ্ক নাই"
"অন কৰি থকা হৈছে…"
"স্ক্ৰীণ কাষ্ট"
"কাষ্টিং"
"নাম নথকা ডিভাইচ"
"কাষ্টৰ বাবে সাজু"
"কোনো ডিভাইচ নাই"
"ৱাই-ফাইৰ সৈতে সংযোগ হৈ থকা নাই"
"উজ্জ্বলতা"
"স্বয়ং"
"ৰং ওলোটা কৰক"
"ৰং শুধৰণি কৰা ম\'ড"
"অধিক ছেটিং"
"সম্পন্ন কৰা হ’ল"
"সংযোগ কৰা হ’ল"
"সংযুক্ত, বেটাৰি %1$s"
"সংযোগ কৰি থকা হৈছে..."
"টেডাৰ কৰি থকা হৈছে"
"হটস্পট"
"অন কৰি থকা হৈছে…"
"ডেটা সঞ্চয়কাৰী অন হৈ আছে"
- %d ডিভাইচ
- %d ডিভাইচ
"জাননীসমূহ"
"ফ্লাশ্বলাইট"
"কেমেৰা ব্যৱহাৰ হৈ আছে"
"ম’বাইল ডেটা"
"ডেটা ব্যৱহাৰ"
"বাকী থকা ডেটা"
"সর্ব্বোচ সীমা"
"%s ব্যৱহৃত"
"%s সীমা"
"%s সকীয়নি"
"কৰ্মস্থানৰ প্ৰ\'ফাইল"
"ৰাতিৰ পোহৰ"
"সূৰ্যাস্তত অন কৰক"
"সূৰ্যোদয়ৰ লৈকে"
"%sত অন কৰক"
"%s পৰ্যন্ত"
"গাঢ় ৰঙৰ থীম"
"বেটাৰী সঞ্চয়কাৰী"
"সূৰ্যাস্তত অন হয়"
"সূৰ্যোদয়লৈকে"
"%sত অন কৰক"
"%s পৰ্যন্ত"
"NFC"
"NFC নিষ্ক্ৰিয় হৈ আছে"
"NFC সক্ষম হৈ আছে"
"স্ক্ৰীন ৰেকর্ড"
"আৰম্ভ কৰক"
"বন্ধ কৰক"
"ডিভাইচ"
"আনটো এপ্ ব্য়ৱহাৰ কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"খৰতকীয়াকৈ আনটো এপ্ ব্য়ৱহাৰ কৰিবলৈ সোঁফালে টানক"
"অৱলোকন ট’গল কৰক"
"চ্চার্জ হ’ল"
"চ্চার্জ হৈ আছে"
"বেটাৰিৰ চ্চাৰ্জ সম্পূর্ণ হ\'বলৈ %s বাকী"
"চ্চার্জ কৰি থকা নাই"
"নেটৱৰ্ক \nনিৰীক্ষণ কৰা হ\'ব পাৰে"
"Search"
"%sৰ বাবে ওপৰলৈ শ্লাইড কৰক।"
"%sৰ বাবে বাওঁফাললৈ শ্লাইড কৰক।"
"আপুনি নিৰ্দিষ্ট কৰা এলাৰ্ম, ৰিমাইণ্ডাৰ, ইভেন্ট আৰু কল কৰোঁতাৰ বাহিৰে আন কোনো শব্দৰ পৰা আপুনি অসুবিধা নাপাব। কিন্তু, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি আপুনি প্লে কৰিব খোজা যিকোনো বস্তু তথাপি শুনিব পাৰিব।"
"আপুনি নিৰ্দিষ্ট কৰা এলাৰ্মৰ বাহিৰে আন কোনো ধ্বনি আৰু কম্পনৰ পৰা আপুনি অসুবিধা নাপাব। কিন্তু, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি আপুনি প্লে কৰিব খোজা যিকোনো বস্তু তথাপি শুনিব পাৰিব।"
"নিজৰ উপযোগিতা অনুসৰি"
"এই কার্যই এলার্ম, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি সকলোৰে বাবে ধ্বনি আৰু কম্পন অৱৰোধ কৰিব। আপুনি ফ\'ন কল তথাপি কৰিবলৈ সক্ষম হ\'ব।"
"এই কার্যই এলার্ম, মিউজিক, ভিডিঅ\' আৰু গেইমকে ধৰি সকলোৰে ধ্বনি আৰু কম্পন অৱৰোধ কৰে।"
"+%d"
"কম জৰুৰী জাননীসমূহ তলত"
"খুলিবলৈ পুনৰাই টিপক"
"খুলিবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"পুনৰ চেষ্টা কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ"
"এই ডিভাইচটো %sৰ"
"ফ\'নৰ বাবে আইকনৰপৰা ছোৱাইপ কৰক"
"কণ্ঠধ্বনিৰে সহায়ৰ বাবে আইকনৰ পৰা ছোৱাইপ কৰক"
"কেমেৰা খুলিবলৈ আইকনৰপৰা ছোৱাইপ কৰক"
"সম্পূর্ণ নিৰৱতা। এই কার্যই স্ক্ৰীণ ৰীডাৰসমূহকো নিৰৱ কৰিব।"
"সম্পূর্ণ নিৰৱতা"
"কেৱল গুৰুত্বপূৰ্ণ"
"কেৱল এলাৰ্মসমূহ"
"সম্পূর্ণ \n নিৰৱতা"
"কেৱল\nগুৰুত্বপূৰ্ণ"
"কেৱল\nএলাৰ্মসমূহ"
"%2$s • বেতাঁৰৰ জৰিয়তে চাৰ্জ কৰি থকা হৈছে (সম্পূৰ্ণ হ’বলৈ %1$s বাকী)"
"%2$s • চ্চাৰ্জ কৰি থকা হৈছে (সম্পূৰ্ণ হ\'বলৈ %1$s বাকী)"
"%2$s • দ্ৰুতগতিৰে চ্চাৰ্জ কৰি থকা হৈছে (সম্পূৰ্ণ হ\'বলৈ %1$s বাকী)"
"%2$s • লাহে লাহে চ্চাৰ্জ কৰি থকা হৈছে (সম্পূৰ্ণ হ\'বলৈ %1$s বাকী)"
"ব্যৱহাৰকাৰী সলনি কৰক"
"ব্যৱহাৰকাৰী সলনি কৰক, বৰ্তমানৰ ব্যৱহাৰকাৰী %s"
"বর্তমানৰ ব্যৱহাৰকাৰী %s"
"প্ৰ\'ফাইল দেখুৱাওক"
"ব্যৱহাৰকাৰী যোগ কৰক"
"নতুন ব্যৱহাৰকাৰী"
"অতিথি আঁতৰাবনে?"
"এই ছেশ্বনৰ সকলো এপ্ আৰু ডেটা মচা হ\'ব।"
"আঁতৰাওক"
"অতিথি, আপোনাক পুনৰ স্বাগতম!"
"আপুনি আপোনাৰ ছেশ্বন অব্যাহত ৰাখিব বিচাৰেনে?"
"আকৌ আৰম্ভ কৰক"
"হয়, অব্যাহত ৰাখক"
"অতিথি ব্য়ৱহাৰকাৰী"
"এপসমূহ আৰু ডেটা মচিবলৈ অতিথি ব্যৱহাৰকাৰীক আঁতৰাওক"
"অতিথি আঁতৰাওক"
"ব্যৱহাৰকাৰীক লগ আউট কৰক"
"বর্তমানৰ ব্যৱহাৰকাৰীক লগ আউট কৰক"
"ব্যৱহাৰকাৰীক লগ আউট কৰক"
"নতুন ব্যৱহাৰকাৰী যোগ কৰিবনে?"
"আপুনি যেতিয়া এজন নতুন ব্যৱহাৰকাৰী যোগ কৰে, তেওঁ নিজৰ স্থান ছেট আপ কৰা প্ৰয়োজন।\n\nযিকোনো ব্যৱহাৰকাৰীয়ে নিজৰ লগতে আন ব্যৱহাৰকাৰীৰো এপ্ আপডে’ট কৰিব পাৰে।"
"অধিকতম ব্যৱহাৰকাৰী সৃষ্টি কৰা হ’ল"
- আপুনি %d জনলৈকে ব্যৱহাৰকাৰী যোগ কৰিব পাৰে।
- আপুনি %d জনলৈকে ব্যৱহাৰকাৰী যোগ কৰিব পাৰে।
"ব্যৱহাৰকাৰীক আঁতৰাবনে?"
"এই ব্যৱহাৰকাৰীৰ সকলো এপ্ আৰু ডেটা মচা হ\'ব।"
"আঁতৰাওক"
"বেটাৰি সঞ্চয়কাৰী অন হৈ আছে"
"কাৰ্যদক্ষতা আৰু নেপথ্য ডেটা হ্ৰাস কৰে"
"বেটাৰি সঞ্চয়কাৰী অফ কৰক"
"%sএ আপোনাৰ স্ক্ৰীনত দৃশ্যমান হোৱা অথবা ৰেকর্ডিং অথবা কাষ্টিঙৰ সময়ত আপোনাৰ ডিভাইচত প্লে\' কৰা সকলো তথ্যলৈ এক্সেছ পাব। এইটোত পাছৱর্ড, পৰিশোধৰ সবিশেষ, ফট\', বার্তাসমূহ আৰু আপুনি প্লে\' কৰা অডিঅ\'ৰ দৰে তথ্য অন্তর্ভুক্ত হয়।"
"এই সুবিধাটো প্ৰদান কৰা সেৱাটোৱে আপোনাৰ স্ক্ৰীনত দৃশ্যমান হোৱা অথবা ৰেকর্ডিং অথবা কাষ্টিংৰ সময়ত আপোনাৰ ডিভাইচত প্লে\' কৰা সকলো তথ্যলৈ এক্সেছ পাব। এইটোত পাছৱর্ড, পৰিশোধৰ সবিশেষ, ফট\', বার্তাসমূহ আৰু আপুনি প্লে\' কৰা অডিঅ\'ৰ দৰে তথ্য অন্তর্ভুক্ত হয়।"
"ৰেকর্ডিং অথবা কাষ্টিং আৰম্ভ কৰিবনে?"
"%sৰ জৰিয়তে ৰেকর্ডিং অথবা কাষ্টিং আৰম্ভ কৰিবনে ?"
"পুনৰাই নেদেখুৱাব"
"সকলো মচক"
"পৰিচালনা"
"ইতিহাস"
"নতুন"
"নীৰৱ"
"জাননীসমূহ"
"বাৰ্তালাপ"
"সকলো নীৰৱ জাননী মচক"
"অসুবিধা নিদিব-ই জাননী পজ কৰিছে"
"এতিয়াই আৰম্ভ কৰক"
"কোনো জাননী নাই"
"প্ৰ\'ফাইল নিৰীক্ষণ কৰা হ\'ব পাৰে"
"নেটৱৰ্ক নিৰীক্ষণ কৰা হ\'ব পাৰে"
"নেটৱৰ্ক নিৰীক্ষণ কৰা হ\'ব পাৰে"
"এই ডিভাইচটোৰ গৰাকী আপোনাৰ প্ৰতিষ্ঠান আৰু ই নেটৱৰ্কৰ ট্ৰেফিক নিৰীক্ষণ কৰিব পাৰে"
"এই ডিভাইচটোৰ গৰাকী %1$s আৰু এইটোৱে নেটৱৰ্কৰ ট্ৰেফিক নিৰীক্ষণ কৰিব পাৰে"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ আৰু এইটো %1$sৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ আৰু এইটো %2$sৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ"
"এই ডিভাইচটো %1$sৰ"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ আৰু এইটো VPNসমূহৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ আৰু এইটো VPNসমূহৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলৰ নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰিব পাৰে"
"%1$sএ আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলৰ নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰিব পাৰে"
"নেটৱৰ্ক নিৰীক্ষণ কৰা হ\'ব পাৰে"
"এই ডিভাইচটো VPNসমূহৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলটো %1$sৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ ব্যক্তিগত প্ৰ’ফাইলটো %1$sৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ সৈতে সংযুক্ত হৈ আছে"
"ডিভাইচৰ পৰিচালনা"
"প্ৰ\'ফাইল নিৰীক্ষণ"
"নেটৱৰ্ক নিৰীক্ষণ"
"ভিপিএন"
"নেটৱৰ্ক লগিং"
"CA প্ৰমাণপত্ৰসমূহ"
"ভিপিএন অক্ষম কৰক"
"ভিপিএন সংযোগ বিচ্ছিন্ন কৰক"
"নীতিসমূহ চাওক"
"এই ডিভাইচটো %1$sৰ।\n\nআপোনাৰ আইটি প্ৰশাসকে আপোনাৰ ডিভাইচটোৰ লগত জড়িত ছেটিংসমূহ, কৰ্পৰে’টৰ এক্সেছ, এপ্সমূহ, ডেটা আৰু আপোনাৰ ডিভাইচটোৰ অৱস্থান সম্পৰ্কীয় তথ্য নিৰীক্ষণ কৰাৰ লগতে সেয়া পৰিচালনা কৰিব পাৰে।\n\nঅধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ।\n\nআপোনাৰ আইটি প্ৰশাসকে আপোনাৰ ডিভাইচটোৰ লগত জড়িত ছেটিংসমূহ, কৰ্পৰে’টৰ এক্সেছ, এপ্সমূহ, ডেটা আৰু আপোনাৰ ডিভাইচটোৰ অৱস্থান সম্পৰ্কীয় তথ্য নিৰীক্ষণ কৰাৰ লগতে সেয়া পৰিচালনা কৰিব পাৰে।\n\nঅধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"আপোনাৰ প্ৰতিষ্ঠানে এই ডিভাইচটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰিছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰিছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্কৰ ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"এই ডিভাইচটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰা হৈছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্কৰ ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"আপোনাৰ প্ৰশাসকে নেটৱৰ্ক লগিং অন কৰিছে, যিয়ে আপোনাৰ ডিভাইচটোত নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰে।"
"আপুনি %1$sৰে সংযুক্ত হৈ আছে যিয়ে আপোনাৰ ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"আপুনি %1$s আৰু %2$sৰে সংযুক্ত হৈ আছে, যিয়ে আপোনাৰ ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"আপুনি %1$sৰে সংযুক্ত হৈ আছে যিয়ে আপোনাৰ ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"আপোনাৰ ব্যক্তিগত প্ৰ\'ফাইলটো %1$sৰে সংযুক্ত হৈ আছে, যিয়ে আপোনাৰ ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"আপোনাৰ ডিভাইচটো %1$sৰ দ্বাৰা পৰিচালিত।"
"%1$sএ আপোনাৰ ডিভাইচটো পৰিচালনা কৰিবলৈ %2$s ব্যৱহাৰ কৰে।"
"আপোনাৰ প্ৰশাসকে আপোনাৰ ডিভাইচৰ লগত জড়িত ছেটিংসমূহ, কৰ্প\'ৰেইট অনুমতি, এপসমূহ, ডেটা আৰু ডিভাইচৰ অৱস্থান সম্পৰ্কীয় তথ্য পৰ্যবেক্ষণ কৰাৰ লগতে পৰিচালনা কৰিব পাৰিব।"
" "
"অধিক জানক"
"আপুনি %1$s ৰে সংযুক্ত হৈ আছে, ই ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি আপোনাৰ নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
" "
"ভিপিএন ছেটিংসমূহ খোলক"
" "
"বিশ্বাসী পৰিচয়-পত্ৰসমূহ খোলক"
"আপোনাৰ প্ৰশাসকে নেটৱৰ্ক লগিং অন কৰিছে, যিয়ে আপোনাৰ ডিভাইচটোত নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰে।\n\nএই সম্পৰ্কে অধিক জানিবলৈ আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"আপুনি এটা এপক ভিপিএন সংযোগ ছেট আপ কৰিবলৈ অনুমতি দিছে। \n\n এই এপটোৱে ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি আপোনাৰ নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"%1$sয়ে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইল পৰিচালনা কৰে।\n\nআপোনাৰ প্ৰশাসকে ইমেইল, এপসমূহ আৰু আপুনি চোৱা ৱেবছাইটকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে। \n\nঅধিক তথ্যৰ বাবে আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।\n\nইয়াৰ উপৰি, আপুনি এটা ভিপিএনৰ সৈতে সংযুক্ত হৈ আছে, যিয়ে আপোনাৰ নেটৱৰ্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"ভিপিএন"
"আপুনি %1$sৰে সংযুক্ত হৈ আছে যিয়ে আপোনাৰ ইমেইল, এপ্ আৰু ৱেবছাইটকে ধৰি নেটৱর্কৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব পাৰে।"
"আপুনি %1$sৰে সংযুক্ত হৈ আছে, যি ইমেইল, এপ্ আৰু ৱেবছাইটসমূহকে ধৰি আপোনাৰ ব্যক্তিগত নেটৱর্কৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰে।"
"আপুনি %1$sৰ সৈতে সংযুক্ত হৈ আছে, যিয়ে ইমেইল, এপ্ আৰু ৱেবছাইটসমূহকে সামৰি আপোনাৰ ব্যক্তিগত নেটৱর্কৰ কার্যকলাপ নিৰীক্ষণ কৰিব পাৰে।"
"%1$sয়ে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইল পৰিচালনা কৰে। এই প্ৰ\'ফাইলটো %2$sৰে সংযুক্ত হৈ আছে যি ইমেইল, এপ্ আৰু ৱেবছাইটসমূহকে ধৰি আপোনাৰ কর্মস্থানৰ নেটৱর্কৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰিব। \n\nঅধিক তথ্যৰ বাবে আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"%1$sয়ে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইল পৰিচালনা কৰে। এই প্ৰ\'ফাইলটো %2$sৰে সংযুক্ত হৈ আছে যি ইমেইল, এপ্ আৰু ৱেবছাইটসমূহকে ধৰি আপোনাৰ কর্মস্থানৰ নেটৱর্কৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰিব। \n\nআপুনি %3$sৰ সৈতেও সংযুক্ত হৈ আছে, যি আপোনাৰ ব্য়ক্তিগত নেটৱৰ্কৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰে।"
"TrustAgentএ আনলক কৰি ৰাখিছে"
"আপুনি নিজে আনলক নকৰালৈকে ডিভাইচ লক হৈ থাকিব"
"%1$s\n%2$s"
"জাননী ক্ষিপ্ৰতাৰে লাভ কৰক"
"আপুনি আনলক কৰাৰ পূৰ্বে তেওঁলোকক চাওক"
"নালাগে, ধন্যবাদ"
"ছেট আপ কৰক"
"%1$s. %2$s"
"এতিয়া অফ কৰক"
"ধ্বনিৰ ছেটিংসমূহ"
"সম্প্ৰসাৰণ কৰক"
"সংকুচিত কৰক"
"স্বয়ংক্ৰিয় কেপশ্বন মিডিয়া"
"কেপচন টিপ বন্ধ কৰক"
"কেপশ্বন অভাৰলে’"
"সক্ষম কৰক"
"অক্ষম কৰক"
"আউটপুট ডিভাইচ সলনি কৰক"
"এপ্টো পিন কৰা আছে"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ \'পিছলৈ যাওক\' আৰু \'অৱলোকন\'-ত স্পৰ্শ কৰি থাকক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ পিছলৈ যাওক আৰু হ\'মত স্পৰ্শ কৰি সেঁচি ধৰক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰি ধৰি ৰাখক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ \'অৱলোকন\'-ত স্পৰ্শ কৰি থাকক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ পিছলৈ যাওক আৰু হ\'মত স্পৰ্শ কৰি সেঁচি ধৰক।"
"ব্যক্তিগত ডেটা এক্সেছ কৰিব পৰা যাব পাৰে (যেনে সম্পর্কসমূহ আৰু ইমেইলৰ সমল)।"
"পিন কৰি ৰখা এপ্টোৱে হয়তো অন্য এপ্সমূহ খুলিব পাৰে।"
"এই এপ্টো আনপিন কৰিবলৈ, উভতি যাওক আৰু ৰূপৰেখাৰ বুটামসমূহ স্পৰ্শ কৰি ধৰি ৰাখক"
"এই এপ্টো আনপিন কৰিবলৈ, উভতি যাওক আৰু গৃহপৃষ্ঠাৰ বুটামসমূহ স্পৰ্শ কৰি ধৰি ৰাখক"
"এই এপ্টো আনপিন কৰিবলৈ, ওপৰলৈ ছোৱাইপ কৰক আৰু ধৰি ৰাখক"
"বুজি পালোঁ"
"নালাগে, ধন্যবাদ"
"এপ্টো পিন কৰা হ’ল"
"এপ্টো আনপিন কৰা হ’ল"
"%1$s লুকুৱাবনে?"
"আপুনি ইয়াক পৰৱৰ্তী সময়ত ছেটিংসমূহত অন কৰিলে ই পুনৰ প্ৰকট হ\'ব।"
"লুকুৱাওক"
"কল"
"ছিষ্টেম"
"ৰিং"
"মিডিয়া"
"এলাৰ্ম"
"জাননী"
"ব্লুটুথ"
"ডুৱেল মাল্টি ট\'ন ফ্ৰিকুৱেন্সী"
"দিব্যাংগসকলৰ বাবে থকা সুবিধাসমূহ"
"কলসমূহ"
"ৰিং"
"কম্পন"
"মিউট"
"ফ\'ন কম্পন ম\'ডত আছে"
"ফ\'ন মিউট ম\'ডত আছে"
"%1$s। আনমিউট কৰিবৰ বাবে টিপক।"
"%1$s। কম্পনৰ বাবে টিপক। দিব্য়াংগসকলৰ বাবে থকা সেৱা মিউট হৈ থাকিব পাৰে।"
"%1$s। মিউট কৰিবলৈ টিপক। দিব্য়াংগসকলৰ বাবে থকা সেৱা মিউট হৈ থাকিব পাৰে।"
"%1$s। কম্পন অৱস্থাত ছেট কৰিবলৈ টিপক।"
"%1$s। মিউট কৰিবলৈ টিপক।"
"মিউট কৰক"
"আনমিউট কৰক"
"কম্পন কৰক"
"%s ধ্বনি নিয়ন্ত্ৰণসমূহ"
"কল আৰু জাননীবোৰ ইমান ভলিউমত বাজিব (%1$s)"
"মিডিয়া আউটপুট"
"ফ\'ন কল আউটপুট"
"কোনো ডিভাইচ বিচাৰি পোৱা নগ\'ল"
"কোনো ডিভাইচ বিচাৰি পোৱা নগ\'ল। %1$sক অন কৰি চাওক"
"ব্লুটুথ"
"ৱাই-ফাই"
"ব্লুটুথ আৰু ৱাই-ফাই"
"System UI Tuner"
"সংযুক্ত বেটাৰিৰ কিমান শতাংশ বাকী আছে দেখুওৱাক"
"চাৰ্জ হৈ নথকা অৱস্থাত বেটাৰি কিমান শতাংশ বাকী স্থিতি দণ্ডৰ ভিতৰত দেখুৱাওক"
"ক্ষিপ্ৰ ছেটিংসমূহ"
"স্থিতি দণ্ড"
"অৱলোকন"
"ছিষ্টেমৰ UI প্ৰদৰ্শন ম\'ড"
"ডেম\' ম\'ড সক্ষম কৰক"
"ডেম\' ম\'ড দেখুৱাওক"
"ইথাৰনেট"
"এলাৰ্ম"
"কৰ্মস্থানৰ প্ৰ\'ফাইল"
"এয়াৰপ্লেইন ম\'ড"
"টাইল যোগ দিয়ক"
"সম্প্ৰচাৰ টাইল"
"আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব যদিহে তাৰ আগতে আপুনি এইটো অফ নকৰে"
"আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব"
"%1$s বজাত"
"%1$s বজাত"
"ক্ষিপ্ৰ ছেটিংসমূহ, %s।"
"হটস্পট"
"কৰ্মস্থানৰ প্ৰ\'ফাইল"
"কিছুমানৰ বাবে আমোদজনক হয় কিন্তু সকলোৰে বাবে নহয়"
"System UI Tunerএ আপোনাক Android ব্যৱহাৰকাৰী ইণ্টাৰফেইচ সলনি কৰিবলৈ আৰু নিজৰ উপযোগিতা অনুসৰি ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত সুবিধা প্ৰদান কৰে। এই পৰীক্ষামূলক সুবিধাসমূহ সলনি হ\'ব পাৰে, সেইবোৰে কাম নকৰিব পাৰে বা আগন্তুক সংস্কৰণসমূহত সেইবোৰ অন্তৰ্ভুক্ত কৰা নহ’ব পাৰে। সাৱধানেৰে আগবাঢ়ক।"
"এই পৰীক্ষামূলক সুবিধাসমূহ সলনি হ\'ব পাৰে, সেইবোৰে কাম নকৰিব পাৰে বা আগন্তুক সংস্কৰণসমূহত সেইবোৰ অন্তৰ্ভুক্ত কৰা নহ’ব পাৰে। সাৱধানেৰে আগবাঢ়ক।"
"বুজি পালোঁ"
"অভিনন্দন! ছেটিংসমূহত System UI Tuner যোগ কৰা হৈছে"
"ছেটিংসমূহৰ পৰা আঁতৰাওক"
"ছেটিংসমূহৰ পৰা System UI Tuner আঁতৰাই ইয়াৰ সুবিধাসমূহ ব্যৱহাৰ কৰাটো বন্ধ কৰিবনে?"
"আপোনাৰ ডিভাইচত এপ্লিকেশ্বনটো ইনষ্টল কৰা হোৱা নাই"
"ঘড়ীৰ ছেকেণ্ড দেখুৱাওক"
"স্থিতি দণ্ডত ঘড়ীৰ ছেকেণ্ড দেখুৱাওক। এই কার্যই বেটাৰিৰ অৱস্থাত প্ৰভাৱ পেলাব পাৰে।"
"ক্ষিপ্ৰ ছেটিংসমূহ পুনৰ সজাওক"
"দ্ৰুত ছেটিংসমূহত উজ্জ্বলতা দেখুৱাওক"
"পৰীক্ষামূলক"
"ব্লুটুথ অন কৰিবনে?"
"আপোনাৰ টেবলেটত আপোনাৰ কীব\'ৰ্ড সংযোগ কৰিবলৈ আপুনি প্ৰথমে ব্লুটুথ অন কৰিব লাগিব।"
"অন কৰক"
"জাননীসমূহ নীৰৱে দেখুৱাওক"
"সকলো জাননী অৱৰোধ কৰক"
"নীৰৱ নকৰিব"
"নীৰৱ অথবা অৱৰোধ নকৰিব"
"জাননী নিয়ন্ত্ৰণৰ অধিক কৰ্তৃত্ব"
"অন"
"অফ"
"জাননী নিয়ন্ত্ৰণৰ অধিক কৰ্তৃত্বৰ সৈতে আপুনি এটা এপৰ জাননীৰ গুৰুত্বৰ স্তৰ ০ৰ পৰা ৫লৈ ছেট কৰিব পাৰে।\n\n""স্তৰ ৫"" \n- জাননী তালিকাৰ একেবাৰে ওপৰত দেখুৱাওক \n- সম্পূৰ্ণ স্ক্ৰীণত থাকোঁতে ব্যাঘাত জন্মাবলৈ অনুমতি দিয়ক\n- সদায় ভুমুকি মাৰিবলৈ দিয়ক\n\n""স্তৰ ৪"" \n- সম্পূৰ্ণ স্ক্ৰীণত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- সদায় ভুমুকি মাৰিবলৈ দিয়ক\n\n""স্তৰ ৩"" \n- সম্পূৰ্ণ স্ক্ৰীণত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n\n""স্তৰ ২"" \n- সম্পূর্ণ স্ক্ৰীণত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব \n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n- কেতিয়াও শব্দ আৰু কম্পন কৰিবলৈ নিদিব\n\n"" স্তৰ ১"" \n- সম্পূৰ্ণ স্ক্ৰীণত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n-কেতিয়াও শব্দ আৰু কম্পন কৰিবলৈ নিদিব \n- লক স্ক্ৰীণ আৰু স্থিতি দণ্ডৰ পৰা লুকুৱাই ৰাখক \n- জাননী তালিকাৰ একেবাৰে তলত দেখুৱাওক\n\n""স্তৰ ০"" \n- এই এপৰ সকলো জাননী অৱৰোধ কৰক"
"জাননীসমূহ"
"আপোনাক এই জাননীসমূহ আৰু দেখুওৱা নহ’ব"
"এই জাননীসমূহ মিনিমাইজ কৰি থোৱা হ\'ব"
"এই জাননী নিৰৱে দেখুওৱা হ’ব"
"এই জাননীবোৰে আপোনাক সতৰ্ক কৰিব"
"আপুনি সাধাৰণতে এই জাননীসমূহ অগ্ৰাহ্য কৰে। \nসেইবোৰ দেখুওৱাই থাকিব লাগিবনে?"
"কৰা হ’ল"
"প্ৰয়োগ কৰক"
"এই জাননীসমূহ দেখুওৱাই থাকিব লাগিবনে?"
"জাননী বন্ধ কৰক"
"নিৰৱে ডেলিভাৰ কৰক"
"অৱৰোধ কৰক"
"দেখুওৱাই থাকক"
"সৰু কৰক"
"নিৰৱ"
"নীৰৱ হৈ থাকক"
"সতৰ্ক কৰক"
"সতৰ্ক কৰি থাকক"
"জাননী অফ কৰক"
"এই এপটোৰ জাননী দেখুওৱাই থাকিব লাগিবনে?"
"নীৰৱ"
"ডিফ’ল্ট"
"বাবল"
"কোনো ধ্বনি অথবা কম্পন নাই"
"কোনো ধ্বনি অথবা কম্পন নাই আৰু বাৰ্তালাপ শাখাটোৰ তলৰ অংশত দেখা পোৱা যায়"
"ফ’নৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি ৰিং কৰিব অথবা কম্পন হ’ব পাৰে"
"ফ’নৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি ৰিং কৰিব অথবা কম্পন হ’ব পাৰে। %1$sৰ বাৰ্তালাপ ডিফ’ল্ট হিচাপে বাবল হয়।"
"উপঙি থকা এটা শ্বৰ্টকাটৰ জৰিয়তে এই সমলখিনিৰ প্ৰতি আপোনাক মনোযোগী কৰি ৰাখে।"
"বাৰ্তালাপ শাখাটোৰ শীৰ্ষত দেখুৱায়, ওপঙা বাবল হিচাপে দেখা পোৱা যায়, লক স্ক্ৰীনত প্ৰ’ফাইলৰ চিত্ৰ প্ৰদৰ্শন কৰে"
"ছেটিংসমূহ"
"অগ্ৰাধিকাৰ"
"%1$sএ বাৰ্তালাপৰ সুবিধাসমূহ সমৰ্থন নকৰে"
"কোনো শেহতীয়া bubbles নাই"
"শেহতীয়া bubbles আৰু অগ্ৰাহ্য কৰা bubbles ইয়াত প্ৰদর্শিত হ\'ব"
"এই জাননীসমূহ সংশোধন কৰিব নোৱাৰি।"
"এই ধৰণৰ জাননীবোৰ ইয়াত কনফিগাৰ কৰিব পৰা নাযায়"
"প্ৰক্সি হিচাপে পঠিওৱা জাননী"
"%1$sৰ সকলো জাননী"
"অধিক চাওক"
"এই এপে কেমেৰা ব্য়ৱহাৰ কৰি আছে।"
"এই এপে মাইক্ৰ\'ফ\'ন ব্য়ৱহাৰ কৰি আছে।"
"এই এপটো আপোনাৰ স্ক্ৰীণত থকা অন্য় এপৰ ওপৰত প্ৰদৰ্শিত হৈ আছে।"
"এই এপে মাইক্ৰ\'ন আৰু কেমেৰা ব্য়ৱহাৰ কৰি আছে।"
"এই এপে আপোনাৰ স্ক্ৰীণত থকা অন্য় এপৰ ওপৰত প্ৰদৰ্শিত হৈ কেমেৰা ব্য়ৱহাৰ কৰি আছে।"
"এই এপে আপোনাৰ স্ক্ৰীণত থকা অন্য় এপৰ ওপৰত প্ৰদৰ্শিত হৈ মাইক্ৰ\'ফ\'ন ব্য়ৱহাৰ কৰি আছে।"
"এই এপে আপোনাৰ স্ক্ৰীণত থকা অন্য় এপৰ ওপৰত প্ৰদৰ্শিত হৈ মাইক্ৰ\'ফ\'ন আৰু কেমেৰা ব্য়ৱহাৰ কৰি আছে।"
"ছেটিংসমূহ"
"ঠিক আছে"
"%1$sৰ জাননী নিয়ন্ত্ৰণসমূহ খোলা অৱস্থাত আছে"
"%1$sৰ জাননী নিয়ন্ত্ৰণসমূহ বন্ধ অৱস্থাত আছে"
"এই চ্চেনেলৰ পৰা জাননী দিবলৈ অনুমতি দিয়ক"
"অধিক ছেটিং"
"নিজৰ উপযোগিতা অনুসৰি"
"সম্পন্ন হ’ল"
"আনডু কৰক"
"এই জাননীখন এটা বার্তালাপ নহয় বুলি চিহ্নিত কৰক"
"গুৰুত্বপূর্ণ বার্তালাপ"
"এইটো কোনো গুৰুত্বপূর্ণ বার্তালাপ নহয়"
"নীৰৱ কৰি ৰখা হৈছে"
"সতৰ্কতামূলক"
"বাবল হিচাপে দেখুৱাওক"
"Bubbles আঁতৰাওক"
"গৃহ স্ক্ৰীনত যোগ কৰক"
"%1$s "
"জাননীৰ নিয়ন্ত্ৰণসমূহ"
"জাননীক স্নুজ কৰাৰ বিকল্পসমূহ"
"মোক মনত পেলাই দিব"
"ছেটিংসমূহ"
"আনডু কৰক"
"%1$sৰ বাবে স্নুজ কৰক"
- %d ঘণ্টা
- %d ঘণ্টা
- %d মিনিট
- %d মিনিট
"বেটাৰিৰ ব্যৱহাৰ"
"চ্চাৰ্জ কৰি থকাৰ সময়ত বেটাৰি সঞ্চয়কাৰী উপলব্ধ নহয়।"
"বেটাৰী সঞ্চয়কাৰী"
"কাৰ্যদক্ষতা আৰু নেপথ্য ডেটা হ্ৰাস কৰে"
"%1$s বুটাম"
"হ\'ম"
"উভতি যাওক"
"ওপৰলৈ"
"তললৈ"
"বাওঁফালে"
"সোঁফালে"
"স্ক্ৰীণৰ মাজত"
"টেব"
"স্পেচ"
"এণ্টাৰ"
"বেকস্পেচ"
"প্লে/পজ কৰক"
"বন্ধ কৰক"
"পৰৱৰ্তী"
"পূৰ্বৱৰ্তী"
"ৰিৱাইণ্ড কৰক"
"ফাষ্ট ফৰৱাৰ্ড"
"পেজ আপ"
"পেজ ডাউন"
"মচক"
"হ\'ম"
"সমাপ্ত"
"ভৰাওক"
"সংখ্য়া লক"
"নামপেড %1$s"
"ছিষ্টেম"
"গৃহ স্ক্ৰীণ"
"শেহতীয়াসমূহ"
"উভতি যাওক"
"জাননীসমূহ"
"কীব\'ৰ্ড শ্বৰ্টকাটসমূহ"
"কীব\'ৰ্ডৰ সজ্জা সলনি কৰক"
"এপ্লিকেশ্বনসমূহ"
"সহায়"
"ব্ৰাউজাৰ"
"সম্পৰ্কসূচী"
"ইমেইল"
"এছএমএছ"
"সংগীত"
"YouTube"
"Calendar"
"ভলিউম নিয়ন্ত্ৰণৰ সৈতে দেখুৱাওক"
"অসুবিধা নিদিব"
"ভলিউম বুটামসমূহৰ শ্বৰ্টকাট"
"ভলিউম বঢ়োৱা বুটাম ব্যৱহাৰ কৰি অসুবিধা নিদিব নিষ্ক্ৰিয় কৰক"
"বেটাৰি"
"ঘড়ী"
"হেডছেট"
"ছেটিংসমূহ খোলক"
"হেডফ\'ন সংযোগ হৈ আছে"
"হেডছেট সংযোগ হৈ আছে"
"ডেটা সঞ্চয়কাৰী"
"ডেটা সঞ্চয়কাৰী অন হৈ আছে"
"ডেটা সঞ্চয়কাৰী অফ হৈ আছে"
"অন"
"অফ"
"উপলব্ধ নহয়"
"নেভিগেশ্বন দণ্ড"
"লেআউট"
"বাওঁ বুটামৰ অতিৰিক্ত প্ৰকাৰ"
"সোঁ বুটামৰ অতিৰিক্ত প্ৰকাৰ"
"ডিফ\'ল্ট"
- "ক্লিপব\'ৰ্ড"
- "কীক\'ড"
- "ঘূৰ্ণন নিশ্চিতি, কীব\'ৰ্ড সলনিৰ সুবিধা"
- "একো নাই"
- "সাধাৰণ"
- "ঘন"
- "বাওঁফালে হালি যোৱা"
- "সোঁফালে হালি যোৱা"
"কীব\'ৰ্ড সলনি কৰাৰ সুবিধা"
"ছেভ কৰক"
"ৰিছেট কৰক"
"বুটামৰ প্ৰস্থ খাপ খুৱাওক"
"ক্লিপব\'ৰ্ড"
"উপযোগিতা অনুসৰি তৈয়াৰ কৰা নেভিগেশ্বনৰ বুটাম"
"বাওঁ কীক\'ড"
"সোঁ কীক\'ড"
"বাওঁ আইকন"
"সোঁ আইকন"
"টাইল যোগ কৰিবলৈ হেঁচি ধৰি টানি আনক"
"টাইলসমূহ পুনৰ সজাবলৈ ধৰি টানক"
"আঁতৰাবৰ বাবে টানি আনি ইয়াত এৰি দিয়ক"
"আপোনাক অতিকমেও %1$dখন টাইল লাগিব"
"সম্পাদনা কৰক"
"সময়"
- "ঘন্টা, মিনিট আৰু ছেকেণ্ড দেখুৱাওক"
- "ঘন্টা আৰু মিনিট দেখুৱাওক (ডিফ\'ল্ট)"
- "এই আইকনটো নেদেখুৱাব"
- "সদায় শতাংশত দেখুৱাব"
- "চ্চাৰ্জ কৰি থকাৰ সময়ত শতাংশ দেখুৱাওক (ডিফ\'ল্ট)"
- "এই আইকনটো নেদেখুৱাব"
"কম গুৰুত্বপূৰ্ণ জাননীৰ আইকনসমূহ দেখুৱাওক"
"অন্যান্য"
"স্প্লিট স্ক্ৰীণৰ বিভাজক"
"বাওঁফালৰ স্ক্ৰীণখন সম্পূৰ্ণ স্ক্ৰীণ কৰক"
"বাওঁফালৰ স্ক্ৰীণখন ৭০% কৰক"
"বাওঁফালৰ স্ক্ৰীণখন ৫০% কৰক"
"বাওঁফালৰ স্ক্ৰীণখন ৩০% কৰক"
"সোঁফালৰ স্ক্ৰীণখন সম্পূৰ্ণ স্ক্ৰীণ কৰক"
"শীৰ্ষ স্ক্ৰীণখন সম্পূৰ্ণ স্ক্ৰীণ কৰক"
"শীর্ষ স্ক্ৰীণখন ৭০% কৰক"
"শীর্ষ স্ক্ৰীণখন ৫০% কৰক"
"শীর্ষ স্ক্ৰীণখন ৩০% কৰক"
"তলৰ স্ক্ৰীণখন সম্পূৰ্ণ স্ক্ৰীণ কৰক"
"টাইল আঁতৰাবলৈ"
"টাইল শেষত যোগ দিবলৈ"
"টাইল স্থানান্তৰ কৰক"
"টাইল যোগ দিয়ক"
"%1$d নম্বৰলৈ স্থানান্তৰ কৰক"
"%1$d নম্বৰ স্থানত যোগ দিয়ক"
"%1$d নম্বৰ স্থান"
"ক্ষিপ্ৰ ছেটিংসমূহৰ সম্পাদক।"
"%1$s জাননী: %2$s"
"বিভাজিত স্ক্ৰীণৰ সৈতে এপে হয়তো কাম নকৰিব।"
"এপটোৱে বিভাজিত স্ক্ৰীণ সমৰ্থন নকৰে।"
"গৌণ ডিছপ্লেত এপে সঠিকভাৱে কাম নকৰিব পাৰে।"
"গৌণ ডিছপ্লেত এপ্ লঞ্চ কৰিব নোৱাৰি।"
"ছেটিংসমূহ খোলক।"
"ক্ষিপ্ৰ ছেটিংসমূহ খোলক।"
"ক্ষিপ্ৰ ছেটিংসমূহ বন্ধ কৰক।"
"এলার্ম ছেট কৰা হ’ল।"
"%s হিচাপে ছাইন ইন হ’ল"
"ইণ্টাৰনেট সংযোগ নাই"
"বিৱৰণসমূহ খোলক।"
"%sৰ বাবে উপলব্ধ নহয়"
"%sৰ ছেটিংসমূহ খোলক।"
"ছেটিংসমূহৰ ক্ৰম সম্পাদনা কৰক।"
"%2$dৰ পৃষ্ঠা %1$d"
"লক স্ক্ৰীণ"
"বিস্তাৰ কৰক"
"সৰু কৰক"
"বন্ধ কৰক"
"ছেটিংসমূহ"
"অগ্ৰাহ্য কৰিবলৈ তললৈ টানক"
"মেনু"
"%s চিত্ৰৰ ভিতৰৰ চিত্ৰত আছে"
"আপুনি যদি %s সুবিধাটো ব্যৱহাৰ কৰিব নোখোজে, তেন্তে ছেটিংসমূহ খুলিবলৈ টিপক আৰু তালৈ গৈ ইয়াক অফ কৰক।"
"প্লে কৰক"
"পজ কৰক"
"পৰৱৰ্তী মিডিয়ালৈ যাওক"
"আগৰটো মিডিয়ালৈ যাওক"
"আকাৰ সলনি কৰক"
"আপোনাৰ ফ\'নটো গৰম হোৱাৰ কাৰণে অফ কৰা হৈছিল"
"আপোনাৰ ফ’নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\nঅধিক তথ্যৰ বাবে টিপক"
"আপোনাৰ ফ\'নটো অত্যধিক গৰম হোৱাৰ বাবে ইয়াক ঠাণ্ডা কৰিবলৈ অফ কৰা হৈছিল। আপোনাৰ ফ\'নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\n\nআপোনাৰ ফ\'নটো গৰম হ\'ব পাৰে, যদিহে আপুনি:\n • ফ\'নটোৰ হাৰ্ডৱেৰ অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা এপসমূহ চলালে (যেনে, ভিডিঅ\' গেইম, ভিডিঅ\', দিক্-নিৰ্দেশনা এপসমূহ)\n • খুউব ডাঙৰ আকাৰৰ ফাইল আপল\'ড বা ডাউনল’ড কৰিলে\n • আপোনাৰ ফ\'নটো উচ্চ তাপমাত্ৰাৰ পৰিৱেশত ব্যৱহাৰ কৰিলে"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"ফ\'নটো গৰম হ\'বলৈ ধৰিছে"
"ফ’নটো ঠাণ্ডা হৈ থকাৰ সময়ত কিছুমান সুবিধা উপলব্ধ নহয়।\nঅধিক তথ্যৰ বাবে টিপক"
"আপোনাৰ ফ\'নটোৱে নিজে নিজে ঠাণ্ডা হ\'বলৈ স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিব। আপুনি ফ\'নটো ব্যৱহাৰ কৰি থাকিব পাৰে কিন্তু ই লাহে লাহে চলিব পাৰে।\n\nফ\'নটো সম্পূৰ্ণভাৱে ঠাণ্ডা হোৱাৰ পিছত ই আগৰ নিচিনাকৈয়েই চলিব।"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"চ্চার্জাৰ আনপ্লাগ কৰক"
"এই ডিভাইচটো চ্চার্জ কৰোঁতে কিবা সমস্যা হৈছে। পাৱাৰ এডাপ্টাৰটো আনপ্লাগ কৰক, কেব’লডাল গৰম হ’ব পাৰে গতিকে সাবধান হ’ব।"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"বাওঁ শ্বৰ্টকাট"
"সোঁ শ্বৰ্টকাট"
"বাওঁ শ্বৰ্টকাটটোৱেও আনলক কৰিব"
"সোঁ শ্বৰ্টকাটটোৱেও আনলক কৰিব"
"একো বাছনি কৰা হোৱা নাই"
"%1$sক লঞ্চ কৰক"
"অন্যান্য এপসমূহ"
"পৰিচিত মানুহৰ গোট"
"যোগ চিহ্ন"
"বিয়োগ চিহ্ন"
"বাওঁ"
"সোঁ"
"মেনু"
"%1$s এপ্"
"সতৰ্কবার্তাসমূহ"
"বেটাৰি"
"স্ক্ৰীণশ্বটসমূহ"
"সাধাৰণ বার্তাসমূহ"
"ষ্ট\'ৰেজ"
"ইংগিতবোৰ"
"Instant Apps"
"%1$s চলি আছে"
"এপ্টো ইনষ্ট\'ল নকৰাকৈ খোলা হৈছে।"
"ইনষ্ট\'ল নকৰাকৈয়েই এপটো খোলা হৈছে। অধিক জানিবলৈ টিপক।"
"এপৰ তথ্য"
"ব্ৰাউজাৰলৈ যাওক"
"ম’বাইল ডেটা"
"%1$s — %2$s"
"%1$s, %2$s"
"ৱাই-ফাই অফ অৱস্থাত আছে"
"ব্লুটুথ অফ অৱস্থাত আছে"
"অসুবিধা নিদিব অফ অৱস্থাত আছে"
"অসুবিধা নিদিব-ক এটা স্বয়ংক্ৰিয় নিয়ম (%s)এ অন কৰিলে।"
"অসুবিধা নিদিব-ক কোনো এপ্ (%s)এ অন কৰিলে।"
"অসুবিধা নিদিব-ক এটা স্বয়ংক্ৰিয় নিয়ম বা এপে অন কৰিলে।"
"%s পৰ্যন্ত"
"Keep"
"সলনি কৰক"
"নেপথ্যত চলি থকা এপসমূহ"
"বেটাৰি আৰু ডেটাৰ ব্যৱহাৰৰ বিষয়ে বিশদভাৱে জানিবলৈ টিপক"
"ম’বাইল ডেটা অফ কৰিবনে?"
"আপুনি %sৰ জৰিয়তে ডেটা সংযোগ বা ইণ্টাৰনেট সংযোগ নাপাব। কেৱল ৱাই-ফাইৰ যোগেৰে ইণ্টাৰনেট উপলব্ধ হ\'ব।"
"আপোনাৰ বাহক"
"এটা এপে অনুমতি বিচাৰি কৰা অনুৰোধ এটা ঢাকি ধৰা বাবে ছেটিংসমূহে আপোনাৰ উত্তৰ সত্যাপন কৰিব পৰা নাই।"
"%1$sক %2$sৰ অংশ দেখুওৱাবলৈ অনুমতি দিবনে?"
"- ই %1$sৰ তথ্য পঢ়িব পাৰে"
"- ই %1$sৰ ভিতৰত কাৰ্য কৰিব পাৰে"
"%1$sক যিকোনো এপৰ অংশ দেখুওৱাবলৈ অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"অস্বীকাৰ কৰক"
"বেটাৰি সঞ্চয়কাৰীৰ সময়সূচী সক্ৰিয় কৰিবলৈ টিপক"
"বেটাৰি শেষ হোৱাৰ সম্ভাৱনা থাকিলে অন কৰক"
"নালাগে, ধন্যবাদ"
"বেটাৰি সঞ্চয়কাৰীৰ সময়সূচী অন কৰা অৱস্থাত আছে"
"বেটাৰি চ্চাৰ্জৰ স্তৰ %d%%তকৈ কম হোৱাৰ লগে লগে বেটাৰি সঞ্চয়কাৰী স্বয়ংক্ৰিয়ভাৱে অন হ’ব।"
"ছেটিংবোৰ"
"বুজি পালোঁ"
"SysUI হীপ ডাম্প কৰক"
"%1$sএ আপোনাৰ %2$s ব্যৱহাৰ কৰি আছে।"
"এপ্লিকেশ্বনসমূহে আপোনাৰ %s ব্যৱহাৰ কৰি আছে।"
", "
" আৰু "
"কেমেৰা"
"অৱস্থান"
"মাইক্ৰ\'ফ\'ন"
"ছেন্সৰ অফ হৈ আছে"
"ডিভাইচ সেৱা"
"কোনো শিৰোনাম নাই"
"এপ্টো ৰিষ্টাৰ্ট কৰক আৰু পূৰ্ণ স্ক্ৰীণ ব্যৱহাৰ কৰক।"
"%1$sৰ bubblesৰ ছেটিংসমূহ"
"অভাৰফ্ল’"
"ষ্টেকত পুনৰ যোগ দিয়ক"
"পৰিচালনা কৰক"
"%2$sৰ পৰা %1$s"
"%2$s আৰু%3$dটাৰ পৰা %1$s"
"আঁতৰাওক"
"শীৰ্ষৰ বাওঁফালে নিয়ক"
"শীৰ্ষৰ সোঁফালে নিয়ক"
"বুটামটো বাওঁফালে নিয়ক"
"তলৰ সোঁফালে নিয়ক"
"বাবল অগ্ৰাহ্য কৰক"
"বাৰ্তালাপ বাবল নকৰিব"
"Bubbles ব্যৱহাৰ কৰি চাট কৰক"
"নতুন বাৰ্তালাপ উপঙি থকা চিহ্নসমূহ অথবা bubbles হিচাপে প্ৰদর্শিত হয়। Bubbles খুলিবলৈ টিপক। এইটো স্থানান্তৰ কৰিবলৈ টানি নিয়ক।"
"যিকোনো সময়তে bubbles নিয়ন্ত্ৰণ কৰক"
"এই এপ্টোৰ পৰা bubbles অফ কৰিবলৈ পৰিচালনা কৰকত টিপক"
"বুজি পালোঁ"
"%1$s ছেটিংসমূহ"
"ছিষ্টেম নেভিগেশ্বন আপডে’ট কৰা হ’ল। সলনি কৰিবলৈ ছেটিংসমূহ-লৈ যাওক।"
"ছিষ্টেম নেভিগেশ্বন আপডে’ট কৰিবলৈ ছেটিংসমূহ-লৈ যাওক"
"ষ্টেণ্ডবাই"
"বাৰ্তালাপসমূহ অগ্ৰাধিকাৰপ্ৰাপ্ত হিচাপে ছেট কৰা হৈছে"
"অগ্ৰাধিকাৰপ্ৰাপ্ত বাৰ্তালাপসমূহে এইসমূহ কৰিব:"
"বাৰ্তালাপ শাখাটোৰ শীৰ্ষত দেখুৱাওক"
"লক স্ক্ৰীনত প্ৰ\'ফাইল-চিত্ৰ দেখুৱাওক"
"এপ্সমূহৰ ওপৰত ওপঙা বাবল হিচাপে দেখা পোৱা যাব"
"অসুবিধা নিদিব সুবিধাটোত ব্যাঘাত জন্মাওক"
"বুজি পালোঁ"
"ছেটিংসমূহ"
"বিবৰ্ধন অ’ভাৰলে’ৰ ৱিণ্ড’"
"বিবৰ্ধন ৱিণ্ড’"
"বিবৰ্ধন ৱিণ্ড’ৰ নিয়ন্ত্ৰণসমূহ"
"ডিভাইচৰ নিয়ন্ত্ৰণসমূহ"
"আপোনাৰ সংযোজিত ডিভাইচৰ বাবে নিয়ন্ত্ৰণ যোগ কৰক"
"ডিভাইচৰ নিয়ন্ত্ৰণসমূহ ছেট আপ কৰক"
"আপোনাৰ নিয়ন্ত্ৰণসমূহ এক্সেছ কৰিবলৈ পাৱাৰ বুটামটো হেঁচি ধৰি ৰাখক"
"নিয়ন্ত্ৰণসমূহ যোগ কৰিবলৈ এপ্ বাছনি কৰক"
- %s টা নিয়ন্ত্ৰণ যোগ কৰা হ’ল।
- %s টা নিয়ন্ত্ৰণ যোগ কৰা হ’ল।
"আঁতৰোৱা হ’ল"
"প্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল"
"প্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল, স্থান %d"
"অপ্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল"
"প্ৰিয়"
"অপ্ৰিয়"
"%d নম্বৰ অৱস্থানলৈ স্থানান্তৰিত কৰক"
"নিয়ন্ত্ৰণসমূহ"
"পাৱাৰ মেনুখনৰ পৰা এক্সেছ পাবলৈ নিয়ন্ত্ৰণসমূহ বাছনি কৰক"
"নিয়ন্ত্ৰণসমূহ পুনৰ সজাবলৈ ধৰি ৰাখক আৰু টানি আনি এৰক"
"সকলো নিয়ন্ত্ৰণ আঁতৰোৱা হৈছে"
"সালসলনিসমূহ ছেভ নহ’ল"
"অন্য এপ্সমূহ চাওক"
"নিয়ন্ত্ৰণসমূহ ল’ড কৰিবপৰা নগ’ল। এপ্টোৰ ছেটিংসমূহ সলনি কৰা হোৱা নাই বুলি নিশ্চিত কৰিবলৈ %s এপ্টো পৰীক্ষা কৰক।"
"সমিল নিয়ন্ত্ৰণসমূহ উপলব্ধ নহয়"
"অন্য"
"ডিভাইচৰ নিয়ন্ত্ৰণসমূহত যোগ দিয়ক"
"যোগ দিয়ক"
"%sএ পৰামৰ্শ হিচাপে আগবঢ়োৱা"
"নিয়ন্ত্ৰণসমূহ আপডে\'ট কৰা হৈছে"
"পিনত বৰ্ণ অথবা প্ৰতীকসমূহ থাকে"
"%s সত্যাপন কৰক"
"ভুল পিন"
"সত্যাপন কৰি থকা হৈছে…"
"পিন দিয়ক"
"অন্য এটা পিন ব্যৱহাৰ কৰি চাওক"
"নিশ্চিত কৰি থকা হৈছে…"
"%sৰ বাবে সলনি কৰাটো নিশ্চিত কৰক"
"অধিক চাবলৈ ছোৱাইপ কৰক"
"চুপাৰিছসমূহ ল’ড কৰি থকা হৈছে"
"মিডিয়া"
"বৰ্তমানৰ ছেশ্বনটো লুকুৱাওক।"
"বৰ্তমান ছেশ্বনটো লুকুৱাব নোৱাৰি।"
"অগ্ৰাহ্য কৰক"
"পুনৰ আৰম্ভ কৰক"
"ছেটিংসমূহ"
"সক্ৰিয় নহয়, এপ্টো পৰীক্ষা কৰক"
"আসোঁৱাহ, পুনৰ চেষ্টা কৰি আছে…"
"বিচাৰি পোৱা নগ’ল"
"নিয়ন্ত্ৰণটো উপলব্ধ নহয়"
"%1$s এক্সেছ কৰিব পৰা নগ’ল। নিয়ন্ত্ৰণটো এতিয়াও উপলব্ধ আৰু এপ্টোৰ ছেটিংসমূহ সলনি কৰা হোৱা নাই বুলি নিশ্চিত কৰিবলৈ %2$s এপ্টো পৰীক্ষা কৰক।"
"এপ্টো খোলক"
"স্থিতি ল’ড কৰিব নোৱাৰি"
"আসোঁৱাহ হৈছে, আকৌ চেষ্টা কৰক"
"চলি আছে"
"নতুন নিয়ন্ত্ৰণসমূহ চাবলৈ পাৱাৰৰ বুটামটো ধৰি ৰাখক"
"নিয়ন্ত্ৰণসমূহ যোগ দিয়ক"
"নিয়ন্ত্ৰণসমূহ সম্পাদনা কৰক"
"আউটপুটসমূহ যোগ দিয়ক"
"গোট"
"১ টা ডিভাইচ বাছনি কৰা হৈছে"
"%1$d টা ডিভাইচ বাছনি কৰা হৈছে"
"%1$s (সংযোগ বিচ্ছিন্ন হৈছে)"
"সংযোগ কৰিব পৰা নগ’ল। পুনৰ চেষ্টা কৰক।"
"নতুন ডিভাইচ পেয়াৰ কৰক"
"আপোনাৰ বেটাৰী মিটাৰ পঢ়োঁতে সমস্যা হৈছে"
"অধিক তথ্যৰ বাবে টিপক"